• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাওক কোন কংগ্ৰেছী পৰিয়ালৰ বিজেপি বোৱাৰী বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2020 11:49 am
finance_minister_nirmala_sitharaman_file_pic__1580617294

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে দ্বিতীয়বাৰৰ বাবে সংসদত নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে পৰিচিত হৈছে।

বিত্ত মন্ত্ৰী য’ত বিজেপিৰ সৈতে জড়িত, তেওঁৰ শাহু আৰু শহুৰ পূৰ্বে কংগ্ৰেছত আছিল।

Apply Now

সীতাৰমণৰ শাহুৱেক অন্ধ্ৰ প্ৰদেশৰ কংগ্ৰেছ বিধায়িকা আৰু শহুৰেক মন্ত্ৰী আছিল।

১৯৫৯ চনৰ ১৮ আগষ্টত মাদুৰাইত এটি ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নিৰ্মলা সীতাৰমণে।

তেওঁৰ পিতৃ নাৰায়ন সীতাৰমণ ৰেইলৱেত চাকৰি কৰিছিল আৰু মাতৃ সাবিত্ৰী এগৰাকী গৃহিনী আছিল।

সীতাৰমণে তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামাস্বামী কলেজত অৰ্থনীতি বিষয় লৈ অধ্যয়ন কৰিছিল। ইয়াৰ পাছত তেওঁ দিল্লীৰ জে এন য়ুৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু এম ফিল কৰে।

জে এন য়ুত পঢ়ি থকাৰ সময়তে পৰকালা প্ৰভাকৰৰ সৈতে চিনাকি হৈছিল। ইয়াৰ পাছত দুয়োৱে প্ৰেমত পৰে আৰু ১৯৮৬ চনত বিবাহপাশত আৱদ্ধ হয়।

নিৰ্মলা আৰু প্ৰভাকৰৰ কন্যা সন্তান পৰাকলা বাংময়ী ।

বিয়াৰ পাছত নিৰ্মলাই স্বামী প্ৰভাকৰৰ সৈতে লণ্ডনত থাকিবলৈ লয়। লণ্ডনৰ ৰিজেন্ট ষ্ট্ৰীটত এখন হোম ডেকৰ ষ্ট’ৰত ছেলছ পাৰ্ছনৰ কামো কৰে সীতাৰমণে।

ইয়াৰ পাছত তেওঁ কিছুদিনৰ বাবে বিবিচি ৱৰ্ল্ড চাৰ্ভিছৰ সৈতেও কাম কৰে। অডিট ফাৰ্ম প্ৰাইচবাটৰহাওসকুপাৰ্ছত গৱেষণা প্ৰৱন্ধক হিচাপেও কাম কৰিছিল।

১৯৯০’ৰ দশকৰ আৰম্ভণিতে নিৰ্মলা সীতাৰমণ লণ্ডনৰ পৰা উভতি আহে। ইয়াৰ পাছত তেওঁ ২০০৮চনত বিজেপিৰ সৈতে জড়িত হৈ ৰাজনীতিত প্ৰৱেশ কৰে।

দুবছৰৰ ভিতৰতে সুষমা স্বৰাজৰ পাছত দলৰ দ্বিতীয়গৰাকী মহিলা মুখপত্ৰ হিচাপে নিযুক্ত হয়। তদুপৰি টেলিভিশ্বনৰ টক শ্ব’ত বিজেপিৰ পৰিচিত মুখ হৈ পৰিছিল সীতাৰমণ।

২০১৪চনত মোদী চৰকাৰৰ বিত্ত ৰাজ্য মন্ত্ৰী নিযুক্ত হয়। ২০১৭ত দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্বাচিত হয়। ২০১৯ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

সীতাৰমণ ৰাজনীতিত অহাৰ পূৰ্বে হায়দৰাবাদত চেন্টাৰ ফৰ পাব্লিক পলিচি ষ্টাডিজৰ উপ সঞ্চালক হিচাপে কাম কৰাৰ লগতে চহৰখনত এখন বিদ্যালয়ো স্থাপন কৰিছিল।

২০০৩ৰ পৰা ২০০৫লৈকে নিৰ্মলা সীতাৰমণ ৰাষ্ট্ৰীয় মহিলা আয়োগৰো সদস্য আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd