• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামনি অসমৰ বিভিন্ন অঞ্চলত বানৰ সংহাৰী ৰূপ, প্ৰাণ গ’ল এজনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 28, 2019 12:30 pm

1 min read

Tamulpur- Banana Boat (1)

ফটো : য়ু বি

1.4k
VIEWS
Share on FacebookShare on Twitter

বিগত কিছু দিন ধৰি অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত নামনি অসমৰ কেইবাখনো জিলাত কালৰূপ ধাৰণ কৰিছে বানে। সংহাৰী ৰূপ ধাৰণ কৰা বানৰ ফলত আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল।

সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি অহা কালদিয়া আৰু মৰা পাগলাদিয়া নদীৰ পানীয়ে বাক্সা জিলাৰ উপৰি গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), বৰপেটা আৰু নলবাৰী অঞ্চলৰ বিস্তীৰ্ণ এলেকা বুৰাই ৰাইজৰ অন্যান্য ক্ষতি কৰাৰ লগতে নিঃশেষ কৰিছে কৃষকৰ আশাৰ খেতিডৰা।

তথ্য অনুসৰি বাক্সা জিলাৰ মছলপুৰত বানৰ কৱলত পৰি বৃহস্পতিবাৰে এজন লোকে মৃত্যবৰণ কৰিব লগীয়াও হৈছে।
বানে হাজাৰ হাজাৰ পৰিয়ালক আশ্ৰয়হীন কৰি তোলাৰ উপৰি বহু হেক্টৰ কৃষিভূমি নষ্ট হৈ পৰাত কৃষক সকলে এতিয়া ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিছে।

উল্লেখযোগ্য যে বিগত কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে অন্য নদীসমূহৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে যিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।।

Recent News

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd