• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইমান অশ্লীল, চাবই নোৱাৰি : চৰকাৰে বন্ধ কৰি দিলে ১৮ টাকৈ অ’টিটি চেনেল 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 31, 2024 7:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অত্যধিক পৰ্ণগ্ৰাফিক বিষয়বস্তু দেখুওৱাৰ বাবে ১৮টা অ’টিটি চেনেল নিষিদ্ধ কৰিছে। লগতে সমগ্ৰ দেশতে ১৯টা ৱেবছাইট, ১০টা এপ্লিকেচন, ৫৭টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰা হৈছে। 

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মূলতঃ অশ্লীল বিষয়বস্তু দেখুৱাই মহিলাক অপমান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। 

Apply Now

ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে এই সকলো অ’টিটি সংবাদ মাধ্যমৰ কাৰ্যবাহীলৈ কেইবাবাৰো সতৰ্কবাণী প্ৰেৰণ কৰিছিল। কিন্তু তেতিয়াও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। গতিকে অৱশেষত মন্ত্ৰালয়ে চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

এই সন্দৰ্ভত এখন চৰকাৰী অধিসূচনা প্ৰকাশ কৰি কোৱা হৈছে, “সংশ্লিষ্ট সংবাদ মাধ্যমত প্ৰদৰ্শিত বেছিভাগ বিষয়বস্তু অশ্লীল আৰু মহিলাৰ বাবে  অসন্মানজনক। ইয়াত ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক, পাৰিবাৰিক সম্পৰ্কতো যৌনতা দেখুওৱা হৈছে। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১২টা ফেচবুক, ১৭টা ইনষ্টাগ্ৰাম, ১৬টা এক্স আৰু ১২টা ইউটিউব একাউণ্ট নিষিদ্ধ কৰা হৈছে।”

উল্লেখ্য যে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে সংশ্লিষ্ট সংবাদ মাধ্যমক নগ্নতা, অশ্লীলতা প্ৰদৰ্শন নকৰিবলৈ বাৰে বাৰে সকীয়াই দিছিল। 

ভাৰতীয় দণ্ডবিধিৰ ২৯২ ধাৰাৰ অধীনত এই মঞ্চসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

বাতিল কৰা অ’টিটি প্লেটফৰ্মসমূহৰ ভিতৰত আছে ড্ৰিমছ ফিল্মছ, ভুভি, য়েছমা, আনকাট আড্ডা, ট্ৰাই ফ্লিকছ, এক্স প্ৰাইম, নিয়ন এক্স ভিআইপি, বেছাৰামছ, হাণ্টাৰছ, ৰেবিট, এক্সট্ৰামুড, নুফ্লিকছ, মুডএক্স, মজফ্লিক্স, হট শ্বটছ ভিআইপি, ফুগি, চিকুফলিক্স আৰু প্ৰাইম প্লে। 

ইয়াৰে এটা এপ্লিকেচন ১ কোটিতকৈও অধিক বাৰ ডাউনলোড হৈছে। প্লে ষ্ট’ৰৰ পৰা ৫০ লাখতকৈও অধিক বাৰ ২ টা এপ্লিকেচন ডাউনলোড হৈছে। 

কেৱল OTT মাধ্যমেই নহয়, এই কোম্পানীসমূহে প্ৰচাৰৰ বাবে ছচিয়েল মিডিয়াক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। দৰ্শকক আকৰ্ষণ কৰিবলৈ তেওঁলোকৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্টত ট্ৰেইলাৰ, কাট দৃশ্য প্ৰদৰ্শন কৰা হৈছিল। এনে ছ’চিয়েল মিডিয়া একাউণ্টৰ ব্যৱহাৰকাৰী আছিল ৩২ লাখৰো অধিক। নগ্নতা, যৌনতা, ছাত্ৰ-শিক্ষকৰ সম্পৰ্কৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক সম্পৰ্কক অপমান কৰা আৰু নাৰীক অপমান কৰা এই একাউণ্ট সমূহৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd