• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্যাহ্ন ভোজন বন্ধ কৰি আচলতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ চক্ৰান্ত কৰিছে চৰকাৰে : ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2023 10:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সমগ্ৰ শিক্ষা“ৰ মিছন সঞ্চালয়কে এক নিৰ্দেশনা যোগে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীক প্ৰদান কৰি অহা মধ্যাহ্ন ভোজন (পি এম পোষণ) আঁ‌চনি বন্ধ কৰিবলৈ ওলাইছে। সমগ্ৰ শিক্ষা অভিযানৰ এই নিৰ্দেশ শিক্ষা বিৰোধী আৰু ছাত্ৰ–ছাত্ৰীৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই নিৰ্দেশনা তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

অসমৰ অতি পশ্চাৎপদ অঞ্চলৰ অতি দুখীয়া পৰিয়ালৰ ছাত্ৰ–ছাত্ৰী ভেঞ্চাৰ শিক্ষানুষ্ঠানত পঢ়ে। শিক্ষাসকলে দীৰ্ঘকাল ধৰি এই বিদ্যালয়সমূহত বিনা বেতনে শিক্ষা সেৱা আগবঢ়াই আহিছে। চৰকাৰ আৰু বিভাগে স্বীকৃতি দিয়া বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিছিল যদিও এতিয়াও ৪৫৬০ খন প্ৰাথমিক, ৩১১০ খন উচ্চ প্ৰাথমিক বিদ্যালয়সহ মুঠ ৭৬৭০ খন ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আওতাৰ বাহিৰত ৰৈ গৈছে। এই বিদ্যালয়ত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰ–ছাত্ৰীয়ে চৰকাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথিৰ লগতে মধ্যাহ্ন ভোজন পাই আছিলে। কিন্তু হঠাৎ চৰকাৰে অমানৱীয় সিদ্ধান্তৰে প্ৰথমতে মধ্যাহ্ন ভোজন কৰ্তন কৰিবলৈ ওলাইছে।

Apply Now

আশংকা কৰা হৈছে চৰকাৰে বিনামূলীয়া পাঠ্যপুথিৰ যোগানো ভবিষ্যতে বন্ধ কৰি দিব পাৰে। উল্লেখ্য যে শেহতীয়াকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিব ধৰিছে। এনে অৱস্থাত প্ৰতিশোধপৰায়ন বিজেপি চৰকাৰে আন্দোলনটোক ভিতৰৰ পৰাই দুৰ্বল কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে। তাৰে প্ৰথম পদক্ষেপ হিচাপে মধ্যাহ্ন ভোজন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মন কৰিলগীয়া যে ক্ষমতালৈ আহিলে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰাৰ বিষয়টো আছিল বিজেপি চৰকাৰৰ এক উল্লখযোগ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে চৰকাৰৰ এই স্বৈৰাচাৰী আৰু অমানৱীয় নিৰ্দেশনা শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ছাত্ৰ–ছাত্ৰী আৰু শিক্ষক সমাজৰ প্ৰতি অন্যায় নকৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd