• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC-এ বন্ধ কৰিলে এইখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ পুঁজি, টি২০ বিশ্বকাপ ২০২৬ত মেচ ফিক্সিঙৰ গুৰুতৰ অভিযোগ

by
May 16, 2026 9:03 pm
353
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে অৰ্থাৎ আইচিচিয়ে ক্ৰিকেট কানাডাৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ক্ৰিকেট কানাডাৰ পুঁজি আগন্তুক ছয় মাহৰ বাবে স্থগিত ৰখা হৈছে। ইএছপিএন ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি ব‘ৰ্ডখনৰ ভিতৰত চলি থকা প্ৰশাসনীয় খেলিমেলি, দুৰ্নীতি আৰু নিয়ম উলংঘাৰ বাবে আইচিচিয়ে এই সিদ্ধান্ত লৈছে। আইচিচিৰ এই কঠোৰ পদক্ষেপে ক্ৰিকেট কানাডাৰ বাবে এক গভীৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিব পাৰে বুলি আশা কৰা হৈছে।

যোৱা ৯ আৰু ১০ মে‘ত ক্ৰিকেট কানাডাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ঠিক পিছতেই আইচিচিয়ে এই পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। অৱশ্যে এই সভাত ক্ৰিকেট ব‘ৰ্ডখনে নিজৰ কাৰ্যকলাপ উন্নত কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল। শাসন ব্যৱস্থাৰ সংস্কাৰৰ বাবে ব‘ৰ্ডে ৯ জনীয়া এক নতুন পৰিচালনা সমিতি গঠন কৰিছে, য‘ত অৰৱিন্দৰ খোচাক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। খোচাক যোৱা এপ্ৰিল মাহত অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব দিয়া হৈছিল।

Apply Now

আইচিচিয়ে পুঁজি বন্ধ কৰাৰ বাবে এতিয়া কানাডাৰ ক্ৰিকেট মেচ আৰু ইয়াৰ পৰিচালনাত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বিত্তীয় তথ্য অনুসৰি ২০২৪ বৰ্ষত ক্ৰিকেট কানাডাৰ মুঠ উপাৰ্জনৰ প্ৰায় ৬৩ শতাংশ ধন কেৱল আইচিচিৰ পৰাই আহিছিল। ব‘ৰ্ডৰ মুঠ আয় আছিল প্ৰায় ৫.৭ নিযুত কানাডিয়ান ডলাৰ, যাৰ ভিতৰত ৩.৬ নিযুত ডলাৰ আইচিচিয়ে প্ৰদান কৰিছিল। এনে পৰিস্থিতিত পুঁজি বন্ধ হোৱাটো কানাডাৰ ক্ৰিকেটৰ বাবে এক ডাঙৰ মোক্ষম আঘাত বুলি গণ্য কৰা হৈছে।

শেহতীয়া বছৰবোৰত ক্ৰিকেট কানাডা ধাৰাবাহিকভাৱে বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছে। কানাডাৰ এটা বিখ্যাত অনুসন্ধানকাৰী অনুষ্ঠান ফিপ্থ ইষ্টেটৰ প্ৰতিবেদনত ব‘ৰ্ডখনৰ বিৰুদ্ধে বিত্তীয় খেলিমেলি আৰু প্ৰশাসনীয় অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও আইচিচিৰ দুৰ্নীতি প্ৰতিৰোধী শাখাই টি২০ বিশ্বকাপত কানাডা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ মেচ ফিক্সিংৰ অভিযোগৰ তদন্ত চলাই আছে। ইয়াৰ মাজতে কানাডাৰ প্ৰ প্রাক্তন প্ৰশিক্ষক খুৰ্ৰাম চৌহানৰ এটা অডিঅ‘ ফাদিল হৈছে, য‘ত ব‘ৰ্ডৰ প্ৰাক্তন বিষয়াসকলে দল নিৰ্বাচনত হস্তক্ষেপ কৰা আৰু বলপূৰ্বক খেলুৱৈ অন্তৰ্ভুক্ত কৰাৰ বাবে চাপ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সকলোবোৰ বিতৰ্কৰ মাজতে আইচিচিয়ে ক্ৰিকেট কানাডাৰ ওপৰত এই ডাঙৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd