• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাগজৰ বাঘ! সংবাদমেল পাতি ‘অসম বন্ধ’ ঘোষণা কৰা বাহাদুৰ ক’ত হেৰাল?

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 9, 2019 10:32 pm
WhatsApp-Image-2019-05-06-at-12.51.47-PM-768x576

যোৱা ৬ মে'ত দিচপুৰ প্ৰেছ ক্লাৱত সংবাদমেলত প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক বৃদ্ধাংগুষ্ঠ দেখুৱাই ৮ মে’ত অসম বন্ধ ঘোষণা কৰিছিল অসম মুছলিম স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি (সুৰক্ষা সমিতি) নামৰ এক ধৰ্মীয় সংখ্যালঘু সংগঠনে। ইয়াৰ নেতৃত্বত আছিল সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰ।

কিন্তু বিধান সভাৰ সন্মানীয় আসনত অধিষ্ঠিত হৈ যোৱা, আদালতৰ ৰায়ক আৱমাননা কৰা নেতাগৰাকীৰ ঘোষণাক সমৰ্থন নজনালে সাধাৰণ ৰাইজে। ফলত সফল নহ’ল প্ৰাক্তন বিধায়কগৰাকীৰ নেতৃত্বত আহ্বান দিয়া ধৰ্মীয় সংখ্যালঘু সংগঠনটোৰ ‘অসম বন্ধ’।

Apply Now

যোৱা ৬ মে’ত দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে ‘বিশ্বনাথ কাণ্ড’, বিধায়ক প্ৰশান্ত ফুকনৰ শেহতীয়া মন্তব্য আৰু শিলাদিত্য দেবে বিভিন্ন সময়ত কৰি অহা মুছলমান বিৰোধী বক্তব্যৰ প্ৰতিবাদত ৮ মে’ত পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া ‘অসম বন্ধ’ৰ ঘোষণা কৰিছিল। কিন্তু ‘বন্ধৰে সমস্যাৰ সমাধান নহয়’ বোলা কথাষাৰক যেন সাৰোগত কৰি সৰ্বসাধাৰণ নাগৰিকে বন্ধ পালনৰ পৰা বিৰত থাকিল।

অসমৰ আন ঠাই নালাগে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলতো কোনো প্ৰভাৱ নপৰিল এই বন্ধৰ। যি কথাই মুছলমানৰ বাবে স্বায়ত্ব শাসিত পৰিষদৰ দাবী কৰা তথাকথিত সংগঠনটোৰ গণভিত্তি কিমান তাকো স্পষ্ট কৰিলে।

সংগঠনটোৰ সভাপতিগৰাকীয়ে কেৱল বন্ধ ঘোষণা কৰাই নহয়, ২৩ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’লে যদি বিজেপিৰ ফলাফল বেয়া হয় তেতিয়া দলটো মুছলমান সমাজৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ পৰিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰিছিল। যি কথাই এক বিশেষ শ্ৰেণীৰ লোকৰ মনত শংকা আৰু আৰু সন্দেহৰ ভাৱ আনিব পাৰে বুলি ভৱাৰ থল আছে।

কিন্তু এনে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থাকিব খোজা নেতাক সাধাৰণ নাগৰিকে যে প্ৰশ্ৰয় দিব নিবিচাৰে সেয়া তেওঁৰ ঘোষণাৰ প্ৰতি ৰাইজৰ অসহযোগেই আকৌ এবাৰ প্ৰমাণ কৰিলে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd