DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ পৰা গ্ৰেপ্তাৰ কৰা বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজক লৈ দিল্লীত উপস্থিত আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2022 5:45 pm
Bulli Bai
319
VIEWS
Share on FacebookShare on Twitter

নৱবৰ্ষৰ প্ৰথম দিনাই সমগ্ৰ দেশতে খলকনি তোলা বিতৰ্কিত বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজ বিষ্ণৈক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান দিল্লীত উপস্থিত হৈছে।

উল্লেখ্য যে আজি দুপৰীয়া নিৰজ বিষ্ণৈক দিল্লী আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ধৃত বিষ্ণৈক আৰক্ষীয়ে বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰিছিল।

ধৃত ২১ বৰ্ষীয় যুৱকজন ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ দ্বিতীয় বৰ্ষৰ B.Tech ছাত্ৰ।

নিৰজক গ্ৰেপ্তাৰ কৰাৰ পিছত চাইবাৰ চেলৰ DCP কেপিএছ মালহোত্ৰাই কৈছিল যে “আমি ৱেবছাইটটোৰ মুখ্য ষড়যন্ত্ৰকাৰী আৰু সৃষ্টিকৰ্তাক গ্ৰেপ্তাৰ কৰিছো। তেওঁ ৱেবছাইটটোৰ মুখ্য টুইটাৰ একাউণ্টো চলাই আছিল।”

উল্লেখ্য যে গিটহাব নামৰ এটা ৱেবছাইট ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্যৰ লগতে মুছলমান মহিলাসকলৰ আলোকচিত্ৰ প্ৰকাশ কৰি নিলাম কৰিছিল এই বুল্লি বাই কাণ্ডৰ অভিযুক্ত সকলে।

দিল্লীৰ এগৰাকী সাংবাদিকে ৱেবছাইটত তেওঁৰ ফটোৰ অপব্যৱহাৰ হোৱাৰ বিষয়ে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত এই কুকাণ্ড পোহৰলৈ আহে ঘটে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছফ্টৱেৰ বিকাশ প্লেটফৰ্ম গিটহাবত সংযুক্ত ৱেবছাইটটোত কমেও ১০০ গৰাকী মুছলমান মহিলাক লক্ষ্য কৰি লোৱা হৈছিল।

ধৃত নিৰজ বিষ্ণৈ
ধৃত নিৰজ বিষ্ণৈ

আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকে অনুসন্ধানৰ অংশ হিচাপে বিষ্ণৈৰ আইপি ঠিকনা অনুসৰণ কৰিছে। “আমি দেখিছোঁ যে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আন তিনিজন ব্যক্তিয়ে বিষ্ণৈৰ নিৰ্দেশনা অনুসৰণ কৰি আছিল। বিষ্ণৈৱে তেওঁলোকক টুইটাৰত একাউণ্ট সৃষ্টি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।” আৰক্ষীৰ এক সূত্ৰই কয়।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে তিনিজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত তিনিওজনে সামাজিক মাধ্যমত সম্পৰ্ক ৰক্ষা কৰি চলিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছিল।

Recent News

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয় : যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd