• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধিক! ১৭ মাহে চন্দ্ৰযানৰ ৩ হাজাৰ কৰ্মচাৰীক দৰমহা দিয়া নাই মোদী চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2023 7:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ইছৰোৰ বিজ্ঞানীয়ে সকল দীৰ্ঘদিনীয়া পৰিশ্ৰম আৰু সাধনাৰ ফলস্বৰূপে মহাকাশলৈ চন্দ্ৰযান ৩ সফলভাবে উৎক্ষেপন কৰে। এই সফল উৎক্ষেপনৰ পিছত চন্দ্ৰযান খন সফলভাবে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবেও অৰ্হনিশে কাম কৰি আছে বিজ্ঞানীসকলে। 

ইয়াৰ মাজতে পোহৰলৈ আহিছে চৰকাৰৰ আন এক কলা অধ্যায়। বিগত ১৭ মাহে চন্দ্ৰযান মিছনত কাম কৰি অহা তিনি হাজাৰ বিজ্ঞানী আৰু কৰ্মচাৰী প্ৰাপ্য দৰমহা প্ৰদান কৰা নাই চৰকাৰে। বাৰে বাৰে চৰকাৰলৈ নিজৰ প্ৰাপ্য দৰমহা বিচাৰি পত্ৰযোগে অনুৰোধ কৰি প্ৰাপ্য ধন লাভ নকৰাৰ বাবে ধৰ্মঘট কৰিবলৈও বাধ্য হৈ পৰিছিল এই সকল বিজ্ঞানী তথা কৰ্মচাৰী। 

Apply Now

অৱশ্যে ইছৰোৰ চাকৰিয়াল নহলেও এই সকল কৰ্মচাৰী চন্দ্ৰযান মিছনৰ লগত প্ৰত্যক্ষভাবে জড়িত আৰু প্ৰত্যেকেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰিয়াল। কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত থক্স ৰাঁচীৰ হেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন চমুকৈ এইচ ই চিৰ চাকৰিয়াল এই সকল বিজ্ঞানী আৰু কৰ্মচাৰী। চন্দ্ৰযান ৩ ৰ বিভিন্ন জটিল যন্ত্ৰপাতি নিৰ্মাণ কৰাৰ দায়িত্ব এই সকল বিজ্ঞানী আৰু কৰ্মচাৰীকে প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। বিগত তিনি বছৰ ধৰি চন্দ্ৰযানৰ যন্ত্ৰপাতি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল এই সকল কৰ্মচাৰী। 

কিন্তু চৰকাৰৰ অমনযোগিতাৰ বলি হোৱা হেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যনৰ অৱস্থা তেনেই শোচনীয়। ক্ৰমাৎ মৃত্যুৰ দিশলৈ এই উদ্যোগটোক ঠেলি দিছে মোদী চৰকাৰে। এটা এটাকৈ চৰকাৰী উদ্যোগক এনেদৰেই ধ্বংসৰ গৰাহত পেলাইছে মোদী চৰকাৰে। যোৱা ১৭ মাহে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকাহেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন নামৰ উদ্যোগটোক কোনো আৰ্থিক সাহাৰ্য আনকি দৰমহা কেইটাও দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে দেশৰ বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ স্বাৰ্থতে বিনা বেতনেৰে কাম কৰি আহিছে এই ৩ হাজাৰ কৰ্মচাৰীয়ে। 

উল্লেখ্য যে কোটি টকীয়া কাপোৰ পিন্ধা দেশৰ তথাকথিত ফকীৰ প্ৰধানমন্ত্ৰী মোদীৰ পুঁজিপতিৰ প্ৰতি থকা অগাধ প্ৰেম আৰু অদূৰদৰ্শী সিদ্ধান্তৰ বাবেই ডুবিবলৈ আৰম্ভ কৰিছে ইটোৰ পিছত সিটোৰ ৰাজহুৱা উদ্যোগ। হিতাধিকাৰীৰ দৰে অনুৎপাদনশীল ভোটকেন্দ্ৰিক আঁচনিৰ ফলত কেন্দ্ৰীয় সংস্থাসমূহৰ ঋণ ইমানেই বাঢ়ি আহিছে যে বিভিন্ন বিভাগত খালী হৈ পৰি আছে লাখ লাখ পদ। এনে এনে আৰ্থিক দুৰ্দশাৰ বাবে  হেভী ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যনত ২ বছৰ ধৰি  নিযুক্তি দিয়া হোৱা নাই কোনো স্থায়ী ‘মুখ্য পৰিচালন সঞ্চালক’ বা চিএমডৰ। চৰকাৰৰ এই কৰ্মকাণ্ডক লৈ এতিয়া চন্দ্ৰযান নিক্ষেপৰ পিছত চিন্তাত পৰিছে এইসকল বিজ্ঞানী আৰু কৰ্মচাৰী। প্ৰাপ্য দৰমহা নাপায় মূৰে কপালে হাত দিছে এইসকল চৰকাৰী কৰ্মচাৰীয়ে। এই কথা পোহৰলৈ অহাৰ পিছতেই এতিয়া দেশৰ সচেতন মহল আৰু বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে মোডী চৰকাৰক। সকলোৱে দাবী কৰিছে যে দেশৰ বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ বাবে সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক অনতি পলমে প্ৰাপ্য ধন প্ৰদান কৰক চৰকাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd