• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেপালে এভাৰেষ্টত পৰিস্কাৰ কৰিলে ৩০০০ কেজি আবৰ্জনা

প্ৰদুষণৰ পৰা ৰেহাই পোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2019 9:07 pm
mt-everest-tourism

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদুষণৰ পৰা ৰেহাই পোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট। নেপাল চৰকাৰে এপ্ৰিলৰ ১৪ তাৰিখে মুকলি কৰা ‘সাগৰমঠ স্বচ্ছতা অভিযান’ৰ অংশ স্বৰূপে মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৩০০০ কেজি গোটা আবৰ্জনা পৰিস্কাৰ কৰিছে।

হিমালয়ান টাইমছত প্ৰকাশ কৰা বাতৰি অনুসৰি দেশখনৰ পৰ্যটন বিভাগৰ মুখ্য সঞ্চালক দান্দু ৰাজ ঘিমিৰে ২০০০ কেজি আবৰ্জনা ওখালধুংগা আৰু ১০০০ কেজি আবৰ্জনা কাথমাণ্ডুলৈ পৰিষোধনৰ বাবে পঠোৱা বুলি কয়।

Apply Now

‘‘আমাৰ দল এতিয়া মাউণ্ট এভাৰেষ্টৰ বেচ কেম্পত স্বচ্ছতা অভিযানৰ বাবে উপস্থিত হৈছে। দলটোৰ বাবে খোৱা পানী, খাদ্য আৰু আশ্ৰয় স্থলকে আদি কৰি সকলো প্ৰয়োজনীয় ব্যৱস্থাৰ তাত আয়োজন কৰা হৈছে’’ ঘিমিৰে এনেদৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

পৰ্যটন বিভাগত প্ৰকাশ পোৱা তথ্য অনুসৰি এতিয়ালৈ অভিযানটোত প্ৰায় ২৩ মিলিয়ন নেপালী টকা ব্যয় হৈছে।

আনহাতে, পৰ্যটন বিভাগৰ সঞ্চালকে জনোৱা মতে অভিযানৰ কালছোৱাত প্ৰায় ৫০০০ কেজি গোটা আবৰ্জনা এভাৰেষ্টৰ বেচ কেম্পৰ পৰা পৰিস্কাৰ কৰাৰ লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ ভিতৰত ২০০০ কেজি আবৰ্জনা দক্ষিণ ক’ল অঞ্চলৰ পৰা আৰু ৩০০০ কেজি আবৰ্জনা প্ৰথম আৰু দ্বিতীয় কেম্পৰ পৰা পৰিস্কাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগটো পৰিস্কাৰ কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে সাংস্কৃতিক, পৰ্যটন, পৰিবেশ মন্ত্ৰালয়, নেপাল আৰ্মি, নেপাল পৰ্বতৰোহন সংস্থা, সাগৰমঠ প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ড, নেপাল পৰ্যটন বিভাগে একেলগে কাম কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd