• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি হ’ল শৰাইঘাটৰ পুৰণি দলং : অৱসান ঘটিব তীব্ৰ যান-জঁটৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2019 3:09 pm
saraighat bridge open

মেৰামতিৰ পাছত পুৰণি শৰাইঘাটৰ দলংখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেৰামতিৰ বাবে যোৱা তিনিমাহে বন্ধ হৈ থকা শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা পুনৰ যান-বাহন চলাচল আৰম্ভ কৰিলে।

বৃহস্পতিবাৰে বিয়লি ২:৩০ বজাৰ পৰা যান বাহন চলাচল কৰে দলঙখনেৰে। উত্তৰ-পূব ৰেইলৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে শৰাইঘাটৰ পুৰণি দলঙখনেৰে যান বাহনৰ চলাচল আনুষ্ঠানিকভাৱে মুকলি কৰে।

Apply Now

উল্লেখযোগ্য যে, যোৱা ২৩ মাৰ্চৰ পৰা মেৰামতিৰ বাবে দলংখনেৰে যানবাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছিল, যাৰ ফলত  জালুকবাৰীৰ পৰা শৰাইঘাটৰ দ্বিতীয় দলঙৰ সিটো মূৰলৈকে প্ৰতিদিনেই সৃষ্টি হৈছিল তীব্ৰ যান-জঁটৰ।

আজিৰে পৰা এই দলঙখন মুকলি হোৱাত যাত্ৰীসকলে যান-জঁটৰ সমস্যাৰ পৰা কিছু পৰিমাণে সকাহ লাভ কৰিব।

৯ কোটি টকা ব্যয় সাপেক্ষে এই দলঙৰ মেৰামতি কৰা হয় বুলি জানিবলৈ দিয়ে মহা প্ৰবন্ধক গৰাকীয়ে। লগতে অত্যাধুনিক প্ৰযুক্তি বিদ্যা প্ৰয়োগ কৰাৰ বাবে বছৰ বছৰ ধৰি দলংখনৰ মেৰামতিৰ প্ৰয়োজন নহ’ব বুলিও তেওঁ কয়।

তদুপৰি, অসম চৰকাৰে যোৱা মাৰ্চ মাহতে দলঙখনৰ মেৰামতিৰ কাম ৰেইলৱে কৰ্তৃপক্ষক অৰ্পণ কৰিছিল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটোলৈকে দলঙখন মেৰামতিৰ বাবে ৰেইল বিভাগক সময়সীমা বান্ধি দিছিল। সেই অনুসৰিয়েই ৰেইল বিভাগে সম্পূৰ্ণৰূপে মেৰামতি কৰি নতুন ৰূপত সজাই তুলিলে শৰাইঘাটৰ পুৰণি দলঙখন।

১৯৬৩ চনৰ ৭ জুনত আনুষ্ঠানিকভাৱে মুকলি হোৱা শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতিৰ কাম প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ হ’ল।

ইপিনে, উত্তৰ-পূব ৰেইলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মাই জানিবলৈ দিয়া মতে দৈনিক ৫০০ জন শ্ৰমিক দলঙখনৰ মেৰামতিৰ কামত নিয়োজিত হৈছিল তথা ৫৪ খন শ্লেৱ নতুনকৈ নিৰ্মাণ কৰা হৈছে। লগতে নিৰ্মাণকাৰ্য্যত ৫০০ টনৰো অধিক ষ্টীল প্লেট আৰু ৰিনফৰ্চমেণ্ট ৰ’ড ব্যৱহৃত হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd