• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ কাঁহিবাৰীত এছএছবি জোৱানৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

NE NOW NEWS ইয়াছিন আলী
বঙাইগাওঁ , November 21, 2020 10:23 am

1 min read

IMG-20201121-WA0005

অকাল মৃত্যুক সাৱটি লোৱা কৰণ চন্দ্ৰ ৰায়। ফাইল ফটো।

1.2k
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাঁহিবাৰী গাঁৱত হঠাতে শোকৰ ছাঁ পৰিছে।

দেশ মাতৃৰ প্ৰতি থকা অগাধ প্ৰেম, ভালপোৱা, শ্ৰদ্ধাৰ বাবেই দেশ মাতৃক শত্ৰুৰ পৰা ৰক্ষাৰ প্ৰতিশ্ৰুতি বুকুত লৈ সকলো পৰীক্ষাত উত্তীৰ্ণ হৈ ২০০৬ চনত ৰঙিয়া এছ এছ বি বেটেলিয়নত যোগদান কৰে কাঁহিবাৰী স্বৰ্গীয় সাধুৰাম ৰায় আৰু স্বৰ্গীয় সুৰতি বালা ৰায়ৰ অতি অমায়িক তথা নম্ৰ স্বভাৱৰ সন্তান কৰণ চন্দ্ৰ ৰায়ে।

জোৱান জনে বৰ্তমান কৰ্তব্যসূত্ৰে উত্তৰ প্ৰদেশত নিয়োজিত হৈ আছিল। এমাহ আগত ছুটি শেষ কৰি ঘৰৰ পৰা পুনৰ কৰ্তব্যস্থলীত যোগদান কৰে।

ইয়াৰ কেইদিনমান পিছতেই হঠাৎ শাৰীৰিক ভাৱে অসুস্থ হৈ পৰে কৰণ। ততালিকে চিকিৎসালয়ত ভৰ্তি কৰায়  যদিও চিকিৎসালয়তেই শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে।

যোৱা নিশা সামৰিক মৰ্যাদাৰে কৰণ চন্দ্ৰ ৰায়ৰ শেষকৃত সম্পন্ন কৰা হয়।

অঞ্চলটোৰ সকলোৰে প্ৰিয় অবিবাহিত জোৱানজনে মৃত্যুৰ সময়ত পত্নী, ককায়েক, বৌৱেক, এজন ভতিজা আৰু এজনী ভাতিজিয়েক ইহসংহাৰত এৰি থৈ যায়।

কৰণৰ এনে অকাল মৃত্যুত শোকাকুল পৰিবেশৰ সৃষ্টি হয় সমগ্ৰ কাঁহিবাৰী অঞ্চলত।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd