• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাইজৰ সভাত জবাবদিহি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পথ নিৰ্মাণৰত কোম্পানীৰ বিষয়াক

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 25, 2020 6:04 pm

1 min read

ৰাইজৰ সভাত জবাবদিহি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পথ নিৰ্মাণৰত কোম্পানীৰ বিষয়াক

ফটো : নৰ্থ-ইষ্ট নাও

200
VIEWS
Share on FacebookShare on Twitter

উজনিৰ যোৰহাট বাইপাচৰ পৰা জাঁজীলৈকে নিৰ্মাণৰত চাৰিলেন যুক্ত পথৰ কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল।

বিশেষকৈ টীয়ক নগৰৰ মাজৰে নিৰ্মিত পানীৰ ড্ৰেইন কোনো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলত দীৰ্ঘদিন ধৰি ৰাইজে প্ৰতিবাদ কৰি আহিছিল।

তদুপৰি লাহদৈগড়কে আদি কৰি কেইবা স্থানতো নিৰ্মান সম্পূৰ্ণ কৰা পথচোৱা এক মাহৰ ভিতৰতে ভাগি যোৱা, পানী ওলাই যোৱা নলাত বৃহৎ ফাট, গেলা বোকাৰ ওপৰতেই মাটি পেলোৱা আদি বিভিন্ন অভিযোগ তুলি কালি টীয়কৰ মা বিবাহ ভৱনত টীয়কৰ ৰাইজ, ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ, পথ নিৰ্মাণৰত কোম্পানী লিংকন এণ্ড দিগনিটিৰ বিষয়ৱৱীয়াৰ লগত যৌথ সভা অনুষ্ঠিত হয়।

উক্ত সভাতে ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি অপ্ৰস্তুত হয় বিষয়া-কৰ্মচাৰী সকলে।

উল্লেখযোগ্য যে চাৰিলেন পথ নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ প্ৰথমে মাটিৰ গুণাগুণ পৰীক্ষা কৰিব লাগে যদিও টীয়কত যি মাটি ব্যৱহাৰ কৰিছে সেইয়া অতি নিম্ন মানদণ্ডৰ।

অভিযোগ অনুসৰি জাঁজী নদীৰ পলস পেলাইছে যিবোৰ অতি লেতেৰা আৰু জাবৰ যোথৰেৰে ভৰা।

সভাত বিষয়া-কৰ্মচাৰী সকলে যি যি অংশত কাম বেয়া হৈছে বুলি ৰাইজে অভিযোগ তুলিছে সেই স্থানসমূহ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে টীয়ক নগৰ এলেকাত পানী নিষ্কাষণৰ যি নলা নিৰ্মাণ কৰা হ’ল সেই নলাও পুনৰ নিৰীক্ষণ কৰি ত্ৰুটি সমূহ নিৰ্মূল কৰিব বুলি ৰাজহুৱাকৈ আশ্বাস দিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd