• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সন্তান, প্ৰাঃ ভাৰতীয় উচ্চায়ুক্ত জৈমিনী ভাগৱতীৰ প্ৰধান মন্ত্ৰী বিষয়ক গ্ৰন্থ মুকলিৰ পথত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 9:52 pm
Former Indian High Commissioner Jaimini Bhagwati to release his book on India’s PMs

গ্ৰন্থখনৰ বেটুপাতৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধান মন্ত্ৰীসকলক লৈ লিখা গ্ৰন্থ দি প্ৰমিজ অৱ ইন্দিয়া মুকলিৰ বাবে সাজু হৈছে অসম সন্তান, প্ৰাক্তন ভাৰতীয় উচ্চায়ুক্ত জৈমিনী ভাগৱতী।

নতুন দিল্লীৰ ইন্দিয়া ইণ্টাৰনেচনেল চেণ্টাৰত অহা ৮ আগষ্টত কিতাপখন উন্মোচন কৰা হ’ব।

Apply Now

কিতাপখনে সামৰি লোৱা বিষয়টো হৈছে “নেহৰুৰ পৰা মোদীলৈকে প্ৰধান মন্ত্ৰীসকলে দেশখন কিদৰে গঢ় দিছিল (১৯৪৭-২০১৯)”।

দেশখনক প্ৰগতি আৰু বিকাশৰ পথত প্ৰধান মন্ত্ৰীসকলে কিধৰণে আগুৱাই নিছিল সেয়া আলোচনাৰ বাবে ভাগৱতীয়ে কিতাপখনত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে নেতাসকলৰ প্ৰধান ৰাজনৈতিক আৰু বৈদেশিক নীতি আৰু আৰ্থিক সিদ্ধান্তসমূহৰ বিশ্লেষণ কৰিছে।

ক্ষমতাৰ কৰিদ’ৰত দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে ভাগৱতীয়ে বিভিন্ন ঘটনাৱলীৰ চিত্তাকৰ্ষক পশ্চাৎপটসমূহ পোহৰলৈ আনিছে আৰু প্ৰতিগৰাকী প্ৰধান মন্ত্ৰীৰে শাসনক নতুন অন্তৰ্দৃষ্টিৰে আলোকিত কৰিছে।

কিতাপখন সন্দৰ্ভত কূটনীতিবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশংকৰ মেননে কৈছে, “স্বাধীনতাৰ পৰা ভাৰতৰ আৰ্থিক আৰু বৈদেশিক নীতিসমূহৰ এক চিন্তাপূৰ্ণ আৰু সূক্ষ্ম বিবেচনা… ভাৰতীয় প্ৰধান মন্ত্ৰীসকলৰ প্ৰিজম ব্যৱহাৰেৰে এই গ্ৰন্থই বিশাল আৰু তাৎপৰ্য্যপূৰ্ণ বিষয়সমূহ (সকলোৰে বাবে) প্ৰৱেশসাধ্য কৰি তুলিছে।”

জৈমিনী ভাগৱতী অসমৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী তথা তেজপুৰ সমষ্টিৰ তিনিবাৰৰ সাংসদ বিজয় চন্দ্ৰ ভাগৱতীৰ পুত্ৰ।

ভাগৱতীয়ে বৈদেশিক পৰিক্ৰমা, বিত্ত আৰু আণৱিক শক্তিকে ধৰি ভাৰত চৰকাৰৰ বহু জ্যেষ্ঠ পদবীত কাৰ্য্যনিৰ্বাহ কৰিছিল।

তেওঁ ইউ কেত উচ্চায়ুক্তৰূপে কাৰ্য্যনিৰ্বাহ কৰাৰ লগতে ইউৰপিয়ান ইউনিয়ন, বেলজিয়াম আৰু লাগজেমবুৰ্গত ভাৰতীয় ৰাষ্ট্ৰদূত আছিল।

বিশ্ব বেংকত তেওঁ আছিল আন্তঃৰাষ্ট্ৰীয় ব’ন্দ আৰু দিৰাইভে’টিভছ মাৰ্কেটছৰ বিশেষজ্ঞ আছিল; তেওঁ  ICRIER (Indian Council for Research on International Economic Relations)ত ৰিজাৰ্ভ বেংক চেয়াৰ অধ্যাপক আছিল।

তেওঁ বৰ্তমান IDFC (Infrastructure Development Finance Company)ৰ হ’ল্দিং কোম্পানিৰ ব’ৰ্দ সদস্য।

ভাগৱতী দিল্লীৰ চেণ্ট স্তিভেনছ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ, এমেৰিকাৰ এম আই টিৰ পৰা বিত্ত বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু তেওঁ বিত্ত বিষয়ত এমেৰিকাৰ টাফটছ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ দি লাভ কৰিছিল।

আলোচিত গ্ৰন্থখন পেংগুইন ইন্দিয়াই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd