• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ বৰ্ষতকৈয়ো বেছি ভয়াৱহ হ’ব পাৰে ২০২১ বৰ্ষ! কি কয় নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2021 8:56 pm
a nostra
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ বৰ্ষৰ আৰম্ভনিৰে পৰাই বিশ্ববাসীয়ে ক’ৰ’ণা অতিমাৰীৰ সৈতে যুঁজ দিবলগীয়া হৈছে।

ক’ৰ’ণাৰ সংক্ৰমণৰ বাবে স্থৱিৰ হৈ পৰিছে বিশ্বৰ সামগ্ৰীক বিকাশ।

Apply Now

বহু লোকে হেৰুৱাইছে কৰ্ম সংস্থাপন।ক’ৰ’ণাৰ বিৰুদ্ধে বিশ্ববাসীয়ে দি থকা যুঁজ খন এতিয়াও শেষ হোৱা নাই।

তথাপি ভবা হৈছিল ২০২১ বছৰটোৱে বিশ্ববাসীৰ বাবে আশা আৰু উদ্দীপনাৰ ৰেঙণি কঢ়িয়াই আনিব বুলি ভবা হৈছিল যদিও সেই আশাত যেন চেঁচা পানী পৰিব।

নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণী বোৰ ফঁহিয়াই চালেই তেনে অশনি সংকেত কেতবোৰেই দেখিবলৈ পোৱা যায়।

আজিৰে পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে নষ্ট্ৰাডামুছে কৰি থৈ যোৱা ভৱিষ্যতবাণীসমূহ সময়ৰ লগে লগে ফলিয়াই যোৱাৰ কথা  ইতিমধ্যে প্ৰমাণ হৈছে।

হিটলাৰৰ অপশাসনৰ পৰা আৰম্ভ কৰি  দ্বিতীয় বিশ্ব যুদ্ধ  আৰু অন্যান্য বিষয়ত ফৰাচী দাৰ্শনিক নষ্ট্ৰাডামুছে কৰি যোৱা ভৱিষ্যতবাণী আখৰে আখৰে মিলি গৈছে।

২০২১ বছৰটোত সংঘটিত হ’বলগীয়া কেতবোৰ অঘটনৰ কথাও দাৰ্শনিক নষ্ট্ৰাডামুছে লিখি থৈ গৈছে। শুনিবলৈ বেয়া হ’লেও এয়া সঁচা যে যদিহে নষ্ট্ৰাডামুছে কৰি থৈ যোৱা ভৱিষ্যতবাণী ফলিয়ায় তেন্তে ২০২০ চনতকৈয়ো অধিক দুৰ্ভোগ ভুগিব লাগিব বিশ্ববাসীয়ে। আহকচোন চাওঁ ২০২১ বৰ্ষৰ বাবে নষ্ট্ৰাডামুছে কৰি থৈ কেইটামান ভৱিষ্যতবাণী—

জৈৱিক অস্ত্ৰৰ মহাবিপদ: দাৰ্শনিক নষ্ট্ৰাডামুছে উল্লেখ কৰি থৈ যোৱা মতে ২০২১ চনৰ সময় ছোৱাত ৰাছিয়াৰ এজন বিজ্ঞানীয়ে  এনে এবিধ জৈৱিক অস্ত্ৰ তৈয়াৰ কৰিব , যিবিধ অস্ত্ৰই পৃথিৱীত মানৱ প্ৰজাতিৰ বিলুপ্তি পৰ্যন্ত ঘটাব পাৰে।এনে অস্ত্ৰ প্ৰভাৱত মানুহ অৰ্ধ মৃত হৈ পৰিব পাৰে।

মহাপ্ৰলয়ৰ আশংকা: নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণী অনুসৰি ভূমিকম্প, বান,খাদ্য সংকট আদিৰ দৰে প্ৰলয়ে বিশ্বক ২০২১ বৰ্ষৰ সময়ছোৱাত জোকাৰি যাব। যাৰ প্ৰভাৱ হ’ব পাৰে ক’ৰ’ণাই সৃষ্টি কৰা কুপ্ৰভাৱতকৈ বহু বেছি।নষ্ট্ৰাডামুছে এনে প্ৰলয়ৰ ইংগিত তেওঁৰ লেখাত উল্লেখ কৰা তেজ, গাখীৰ,খাদ্য সংকট,প্লেগ আদিৰ জৰিয়তে দি যোৱাৰ চেষ্টা চলাইছিল।

গ্ৰহৰ খুন্দা: নষ্ট্ৰাডামুছৰ মতে এই সময়ছোলৱাত কোনো বেলেগ গ্ৰহই পৃথিৱীক খুন্দা মাৰিব পাৰে। গ্ৰহৰ উপৰি প্ৰকাণ্ড অগ্নিপিণ্ডই পৃথিৱীক খুন্দা মাৰি ধ্বংস কৰি দিব পাৰে পৃথিৱীৰ বিশাল অঞ্চল।

কেলিফোৰ্নিয়াৰ ভূমিকম্প: নষ্ট্ৰাডামুছে তেওঁৰ গ্ৰন্থত উল্লেখ কৰা পশ্চিমৰ ভূমিত ভয়ংকৰ ভূমিকম্প হ’ব এই বছৰতে। পশ্চিমৰ ভূমি বুলি হয়তো তেওঁ কেলিফোৰ্নিয়াকে বুজাইছিল বুলি বহুতে ক’ব বিচাৰিছে।

শেষত নষ্ট্ৰাডামুছে The Prophecies  গ্ৰন্থত কৰি থৈ যোৱা এনে ভৱিষ্যতবাণীবোৰ কেতিয়াও নফলিয়াওক, বিশ্ববাসীৰ এতিয়া সেয়াই কামনা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd