DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-মেঘালয় সীমা সমস্যা: আঞ্চলিক সমিতিৰ প্ৰতিবেদন আদান-প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2022 6:09 pm
Assam-Meghalaya border problem
107
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত চলি থকা সীমা সমস্যা সমাধান আলোচনাৰ অংশ হিচাপে আজি অসম আৰু মেঘালয়ৰ আঞ্চলিক সমিতিয়ে প্ৰতিবেদন আদান-প্ৰদান কৰে।

আজি অনুষ্ঠিত হোৱা এখন বৈঠকত মন্ত্ৰী পিযুষ হাজৰিকা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াসকলে দীৰ্ঘদিনীয়া সীমান্ত সমস্যাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়।

 

An exchange of reports of one of the Regional Committees was initiated between Meghalaya & Assam & discussions were held today with Hon’ble Minister from Assam, Sh. @Pijush_hazarika Ji as part of the ongoing mission to resolve our border differences@himantabiswa pic.twitter.com/nV8hPEY55W

— Conrad Sangma (@SangmaConrad) January 3, 2022

বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে দীৰ্ঘদিনীয়া সীমান্ত সমস্যাৰ অতি সোনকালে সমাধান কৰাৰ ওপৰত মত পোষণ কৰে।

On directions HCM Dr @himantabiswa Sir, held an important discussion with Meghalaya Dy CM Sri Prestone Tynsong and officials of both states in presence of HCM Megh @ConradSangma on long-standing border issues. We shall resolve the issues soon. @CMOfficeAssam pic.twitter.com/L3zLoFPhKa

— Pijush Hazarika (@Pijush_hazarika) January 3, 2022

উল্লেখ্য যে যোৱা বৰ্ষৰ ১৬ নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত বৈঠকত সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ পৰা তিনিখনকৈ সমিতি গঠন কৰা হৈছিল।

এই সমিতিয়ে ৩০ ডিচেম্বৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি বৈঠকৰ অন্তত ঘোষণা কৰা হৈছিল।

Recent News

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd