• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Recognition for Social Work বিশ্বনাথৰ ‘ৰুৰেল হেল্থ এণ্ড উই’ স্বেচ্ছাসেৱী সংগঠনলৈ ‘সন্ত ঈশ্বৰ সেৱা এৱাৰ্ড

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
November 26, 2021 11:47 am
Biswanath awarded
102
VIEWS
Share on FacebookShare on Twitter

Recognition for Social Work বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত অৱস্থিত কে. পি. মেমৰিয়েলৰ স্বত্ত্বাধিকাৰী ডাঃ অমল শ‌ইকীয়াই কঢ়িয়াই আনিছে এক গৌৰৱ।

দৰাচলতে বিশ্বনাথ চাৰিআলিৰ ‘ৰুৰেল হেল্থ এণ্ড উই’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিশেষকৈ সেই সংগঠনটোৰে প্ৰতিস্থাপক সভাপতি ডাঃ অমল শইকীয়াৰ নিস্বাৰ্থ আৰু আশাশুধীয়া প্ৰচেষ্টাত বিশেষভাৱে সক্ষম শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে গঢ় লৈ উঠা ‘ৰেঙণি’ নামৰ অস্থায়ী বাসগৃহত এতিয়া আনন্দ আৰু সন্তুষ্টিৰ বা বলিছে।

কাৰণ সমাজৰ অৱহেলিত, অসহায় এই বিশেষভাৱে সক্ষম দেৱ শিশুসকলক চৰকাৰী সাহায্য নোলোৱাকৈ নিস্বাৰ্থভাৱে সহায়ৰ হাত আগবঢ়াই অহাৰ বাবে ‘ৰুৰেল হেল্থ এণ্ড উই’ স্বেচ্ছাসেৱী সংগঠনক সন্ত ঈশ্বৰ ফাউণ্ডেচন আৰু ৰাষ্ট্ৰীয় সেৱা ভাৰতীয়ে আগবঢ়োৱা ‘সন্ত ঈশ্বৰ সেৱা সন্মান ২০২১’ প্ৰদান কৰা হৈছে।

Also Read: Junior Hockey World Cup চক দে ইণ্ডিয়া! জুনিয়ৰ হকী বিশ্বকাপত কানাডাক ১৩-১ গ’লত হৰুৱালে ভাৰতে

এই সন্মান দেশৰ ১৬টি সংগঠন আৰু ব্যক্তিক ২০২১চনৰ সন্মানৰ বাবে নিৰ্বাচিত হৈছিল আৰু অসমৰ পৰা ‘ৰুৰেল হেল্থ এণ্ড উই’ (২০০২ ত স্থাপন) হ’ল দ্বিতীয়টো সংগঠন।

২১ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আৰ.এছ.এছ. প্ৰধান মোহন ভাগৱত আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পৰা গ্ৰহণ কৰে এই বঁটা। কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হয়।

Also Read: Covid-19 Update দেশত বৃদ্ধি পালে দৈনিক সংক্ৰমণ; কৰ’নাৰ নতুন প্ৰজাতিক লৈ উদ্বেগ

এই বঁটাত সন্মান হিচাপে আছে নগদ এক লাখ টকা, এটা ট্ৰফী আৰু এখনি প্ৰশস্তি পত্ৰ।

‘ৰুৰেল হেল্থ এণ্ড উই’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিস্থাপক সভাপতি ডাঃ অমল শইকীয়াই এই বিশেষ বঁটা গ্ৰহণ কৰি সমগ্ৰ বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনাত স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিগৰাকী বিষয়ববীয়াৰ মাজত উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে । 

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd