• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত অনুষ্ঠিত হ’ল ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস

অসম জাতীয় পৰিষদৰ নেতৃত্বৰো অংশগ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2023 7:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাইজৰ দলৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘোগাত অনুষ্ঠিত হয়। অসমত আঞ্চলিকতাবাদী শক্তিৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত আজি একেখন মঞ্চত ঐক্যবদ্ধ হৈ ঠিয় দিয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতৃত্ব ।

ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, ৰাইজৰ দলৰ উপদেষ্টা তথা শিক্ষাবিদ ড° ঘনশ্যাম নাথ, ৰাইজৰ দলৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা, বিশিষ্ট অভিনেতা মিৰেল কুদ্দুছ আৰু বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বক জাতিৰ এই সংকটৰ সময়ত ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনায়।
ভাষণ প্ৰসংগত তেখেতসকলে মত পোষণ কৰে যে ঐক্যবদ্ধ আঞ্চলিক শক্তিয়েহে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰিব পাৰিব।

Apply Now

সভাত মুখ্য বক্তা হিছাপে অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কয় যে তেখেতে কাৰাগাৰত থকাৰ সময়ৰে পৰা এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা কৰিছিল । এতিয়া সকলোৱে আঞ্চলিক শক্তিৰ ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ পক্ষত ঠিয় দিছে। তেখেতে লগতে কয় যে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ কাৰণে ৰাইজৰ দল সৰ্বোচ্চ ত্যাগৰ বাবেও সাজু। অখিল গগৈয়ে উপস্থিত জনতাক হিন্দু মুছলমান হিচাপে নহয় অসমীয়া হিচাপে পৰিচয় দিবলৈ আহ্বান জনায়। হিন্দু মুছলমানৰ ৰাজনীতি নহয় উন্নয়নৰ ৰাজনীতিয়েহে এই সময়ত জাতিৰ লগতে অসমক বচাব পাৰিব। ২০২৪ত বিজেপি যদি পুনৰ শাসনলৈ আহে তেনেহ’লে বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ ভাৰত, বিশ্বৰ বৃহৎ হিন্দু মৌলবাদীৰ দেশত পৰিগণিত হ’ব।

সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসম জাতীয় পৰিষদো ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ পক্ষত সদায় আছে। তেখেতে ভাষণ প্ৰসংগত কয় যে মুছলমান জনসাধাৰণে এআইডিইউএফ আৰু বদৰুদ্দিন আজমলৰ স্বৰূপ বুজি উঠা উচিত। সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন, প্ৰচাৰ সম্পাদক
জিয়াউৰ ৰহমান তথা নেতা বাণী দাসেও সাম্প্ৰদায়িক শক্তিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে।

ইয়াৰ পূৰ্বে দলৰ কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক’ ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্বহীদ তৰ্পন অনুষ্ঠানৰ পিছতে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd