• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী মিথ্যাচাৰ: শিল্পী পেঞ্চনৰ নামত বঞ্চনা বোকাখাতৰ দুগৰাকী প্ৰবীণ লোক শিল্পীক

উত্তম শইকীয়া by উত্তম শইকীয়া
August 9, 2021 5:15 pm
ZomboDroid 09082021162727

চৰকাৰৰ মিথ্যাচাৰৰ বলি দুই প্ৰবীণ লোক শিল্পী বোকাখাতৰ ভলৌ হাজৰিকা আৰু ধনেশ্বৰ শইকীয়া। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮৬ বছৰ বয়সৰ বৰ বায়ন ভলৌ হাজৰিকা। বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ যোগনীয়া গাঁৱৰ বৰ বায়ন ভলৌ হাজৰিকাই আজিলৈকে অৰ্ধ শতাধিক গায়ন বায়নৰ দলক প্ৰশিক্ষণ দিলে। বৰ্তমান তেওঁ কৰ্কট ৰোগী ৷

বিগত বছৰৰ ১৫ আগষ্টত এইজন ভলৌ হাজৰিকাক অসম চৰকাৰে বাছনি কৰিছিল শিল্পী পেঞ্চনৰ বাবে।

Apply Now

আন এজন লোক শিল্পী হ’ল বোকাখাতৰে ধনেশ্বৰ শইকীয়া। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ সকলো বাদ্য বজাব জানে ধনেশ্বৰ শইকীয়াই।

শইকীয়াই সাঁজিব জানে অসমৰ জাতীয় জীৱনক উজ্জীৱিত কৰি ৰখা প্ৰতিটো বাদ্যযন্ত্ৰও। তেওঁ অসমৰ এগৰাকী আগশাৰীৰ বিহু বিচাৰক।

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ পতাকা উত্তোলন স্থলীত হোৱা বোমা বিস্ফোৰণৰ পিছত ৰাজ্য খনলৈ শান্তি ঘূৰাই অনাৰ বাবে ধনেশ্বৰ শইকীয়াই অসমৰ ঢুলীয়া সকলক সংঘবদ্ধ কৰি “বাটৰ ঢুলীয়া” নামৰ এটা দল খুলি চাইকেলেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ-দক্ষিণ দুয়ো পাৰে, শদিয়াৰ পৰা ধুবুৰীলৈ বিলাইছিল শান্তিৰ বাণী।

এইজন ধনেশ্বৰ শইকীয়াৰ নামো যোৱা বছৰৰ শিল্পী পেঞ্চনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

চৰকাৰী ঘোষণা মতে, ২০২০ চনৰ আগষ্ট মাহৰ পৰাই দুয়ো গৰাকী শিল্পীয়ে লাভ কৰিব মাহে ৮ হাজাৰকৈ টকা। এতিয়া ২০২১ৰ ১৫ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন। কিন্তু এবছৰ অতিক্ৰম কৰাৰ পিছতো পেঞ্চনৰ নামত এটা ফুটাকড়িও নেপালে শিল্পী দুগৰাকীয়ে ৷

সেয়েহে বৰ্তমান হতাশতহে ভুগীব লগা হৈছে দুয়ো গৰাকী চহা শিল্পীয়ে ৷  চৰকাৰী বঞ্চনা আৰু মিথ্যাচাৰত লজ্জিত দুয়ো গৰাকী।

পেঞ্চনৰ বাবে গুৱাহাটীলৈ গৈয়ো নেপালে সদুত্তৰ। পেঞ্চনৰ আশাত ধন ধাৰে লৈ কৰ্কট ৰোগৰ চিকিৎসা কৰা ভলৌ হাজৰিকা এতিয়া সৰ্বস্ৰান্ত।

শিল্পী পেঞ্চনৰ আশা বাদ দিয়া ধনেশ্বৰ শইকীয়াই যোৱা বছৰৰ চৰকাৰী পেঞ্চনৰ তালিকাত সন্নিৱিষ্ট তেখেতৰ নাম ৰাজহুৱাভাৱে প্ৰত্যাহাৰ কৰিবলৈও চৰকাৰক এতিয়া আহ্বান জনাইছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd