• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰা কোন এইগৰাকী কমলা হেৰিছৰ সতীয়া কন্যা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2021 9:11 am

1 min read

WhatsApp Image 2021-02-20 at 8.41.54 AM

কমলা হেৰিছ আৰু এলা এমহফ।

298
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি ভাৰতীয় মূলৰ কমলা হেৰিছ এতিয়া গোটেই বিশ্বতে এক পৰিচিত নাম। স্বাভাৱিকতেই কমলা হেৰিছৰ কামকাজৰ প্ৰতি দৃষ্টি থকাৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত বিষয়ৰ কথাবোৰো আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

শেহতীয়াকৈ দেশখনৰ ফেশ্বন জগতত খলকনি তুলি ৰেম্পত খোজ পেলাইছে উপ ৰাষ্ট্ৰপতিগৰাকীৰ সতীয়া কন্যা এলা এমহফে।

আমেৰিকান ব্ৰেণ্ড প্ৰ’নজা ছোলাৰৰ হৈ নিউয়ৰ্ক ফেশ্বন উইকৰ জৰিয়তে আনুষ্ঠানিকভাৱে ফেশ্বন জগতত ভূমুকি মাৰিছে এলাই।

এনেকৈ মডেলিং জগতত ভৰি দিয়াৰ আৰম্ভণিতেই সকলোৰে দৃষ্টি কাঢ়িছে এলা এমহফে। এলাই ফেশ্বন সম্পৰ্কতে অধ্যয়ন কৰিছে আৰু সৰুৰে পৰা ডিজাইনৰ হোৱাৰ সপোন দেখি আহিছে।তেওঁৰ নিজাকৈ এটা ব্ৰেণ্ড গঢ়ি তোলাৰ পৰিকল্পনা আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ অভিষেক অনুষ্ঠানত এলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেইদিনা তেওঁ এটা বিশেষভাৱে প্ৰস্তুত কৰা ম্যু ম্যু কোট পৰিধান কৰিছিল আৰু নিশাটোৰ ভিতৰতে সেয়া ভাইৰেল হৈ পৰিছিল।

এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেশ্বন জগতৰ এগৰাকী তাৰকা হৈ পৰিছে এলা এমহফ।

Recent News

bhaba

তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd