DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Sibsagar College upgradation কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে! মহাৰজত জয়ন্তীত সুখবৰ; শিৱসাগৰ কলেজ উন্নীত হ’ব বিশ্ববিদ্যালয়লৈ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
November 21, 2021 8:14 am
Sibsagar College to University

ফটো: নৰ্থইষ্ট নাও।

239
VIEWS
Share on FacebookShare on Twitter

Sibsagar College upgradation স্বতন্ত্ৰতা লাভ কৰিব শিৱসাগৰ কলেজে। ৰাজ্যৰ আন চাৰিখন কলেজৰ লগতে শিৱসাগৰ মহাবিদ্যালয়ক আগন্তুক দুবছৰৰ ভিতৰত বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

চৰকাৰৰ এই ঘোষণাক লৈ উৎফুল্লিত শিৱসাগৰ কলেজৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী।

উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত মহাবিদ্যায়লখনত অনুষ্ঠিত মহাৰজত জয়ন্তীৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰ  শিৱসাগৰ মহাবিদ্যায়ক অতি সোনকালে বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীতকৰণ কৰা হ’ব।

কথা মতেই কাম। মুখ্যমন্ত্ৰীয়ে  ঘোষণা কৰাৰ প্ৰায় দুটা সপ্তাহৰ পিছতে ৰাজ্যৰ আন চাৰিখন মহাবিদ্যালয়ৰ লগতে শিৱসাগৰ মহাবিদ্যালয়কো বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীতকৰণ কৰা হ’ল।

Also Read: Darshan Nalkande দুৰ্দান্ত! হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে

শনিবাৰে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত শিৱসাগৰ কলেজ, লক্ষীমপুৰ কলেজ, নগাঁও কলেজ, সন্দিকৈ কলেজ আৰু জেবি কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে ১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰ মহাবিদ্যালয়ে এই বৰ্ষত মহাৰজত জয়ন্তীত ভৰি দিছিল। 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd