• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিনৰ ১১ বজাৰ আগত আৰু নিশা ১১ বজাৰ পাছত ১৬ বছৰৰ শিশুৰ চিনেমা চোৱাত নিষেধাজ্ঞা উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 8:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানা উচ্চ ন্যায়ালয়ে ১৬ বছৰৰ তলৰ নাবালকক নিশা ১১ বজাৰ পাছত চিনেমা হলত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে এই বিষয়ত চৰকাৰে নিৰ্দিষ্ট সিদ্ধান্ত নোলোৱালৈকে ১৬ বছৰৰ তলৰ শিশুক চিনেমা হল বা মাল্টিপ্লেক্সত চিনেমা চাবলৈ অনুমতি নিদিবলৈ ৰাজ্য চৰকাৰ আৰু আনক নিৰ্দেশ দিছে।

উচ্চ ন্যায়ালয়ে ৰায়দানত কয় যে ১৬ বছৰৰ তলৰ নাবালকসকলে পুৱা ১১ বজাৰ আগতে আৰু নিশা ১১ বজাৰ পাছত ছবিগৃহ আৰু মাল্টিপ্লেক্সত চিনেমা শ্ব’ চাব নোৱাৰাকৈ তৎকালীনভাৱে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সন্দৰ্ভত সংশ্লিষ্ট সকলোকে নিৰ্দেশনা জাৰি কৰিবলৈ আদালতে নিৰ্দেশ দিছে। আবেদনকাৰীৰ অধিবক্তা বিজয় গোপালে আদালতত কয় যে আদালতে নাবালকক গভীৰ নিশাৰ চিনেমা চোৱাত বাধা দিব লাগে।

Apply Now

আবেদনকাৰীৰ আবেদনত উল্লেখ আছে যে বিদ্যালয়ৰ সময়ত অৰ্থাৎ পুৱা ১১ বজাৰ আগতে আৰু নিশা ১১ বজাৰ পাছত চিনেমা চোৱাটোৱে নাবালকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটায়। বেছিভাগ মাল্টিপ্লেক্সতে লেট নাইট শ্ব’ পুৱা ১:৩০ বজাত শেষ হয়। আৰু নাবালকক এই শ্ব’ত প্ৰৱেশ কৰাত বাধা দিয়া কোনো গাইডলাইন নাই। শেহতীয়াকৈ হায়দৰাবাদৰ সন্ধ্যা চিনেমা হলত আল্লু অৰ্জুন অভিনীত পুষ্পা ২: দ্য ৰুল চিনেমাখনৰ প্ৰচাৰ অনুষ্ঠানত এজন ব্যক্তিৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱা হুলস্থুলৰ সন্দৰ্ভত আদালতত মুঠ চাৰিখন আৱেদন দাখিল কৰা হয়।

বহু লোকে অভিযোগ কৰিছে যে পুষ্পা ২ আৰু ৰাম চৰণ অভিনীত গেম চেঞ্জাৰক লৈ জনমানসত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে চিনেমা হল আৰু মাল্টিপ্লেক্সকো নাবালকক প্ৰৱেশৰ অনুমতি দিয়াৰ সন্দৰ্ভত নিৰ্দেশ মানি চলিবলৈ কয়। ন্যায়াধীশ বি বিজয়সেনা ৰেড্ডীয়ে কৰ্তৃপক্ষক দাতব্য প্ৰদৰ্শনীৰ নামতো টিকটৰ মূল্য বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত চকু ৰাখিবলৈ কয়। কোনো ধৰণে আইন উলংঘা হ’লে জৰিমনা আৰু অস্থায়ী অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলিও আদালতে ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd