DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মানুহৰ উদ্বেগ চিনাক্ত কৰিবলৈ সক্ষম! ১২০ টা ভাষাত কথা ক’ব পাৰে ৰবট জোজিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 1:53 pm
109
VIEWS
Share on FacebookShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰা জোজি (Xoxe) নামৰ এটা ৰবটে প্ৰযুক্তি জগতত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰবটটোৱে মানুহৰ নিৰ্দেশনা বুজিব পাৰে আৰু সেই অনুসৰি কাম কৰিব পাৰে।

প্লাষ্টিক শল্য চিকিৎসক ডাঃ ছেম খোজে আৰু কাৰিকৰী উপদেষ্টা অধ্যাপক হিৰোচি ইছিগুৰোৱে ৰবটটো তৈয়াৰ কৰিছিল। ৰবটটোৱে ১২০ টা ভাষা ক’ব পাৰে। জোজিয়ে মানুহৰ আৱেগ বুজিব পাৰে আৰু আলোচনাতো অংশগ্ৰহণ কৰিব পাৰে।

জোজিক পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান আৰু অতিবাস্তৱিক ৰবট বুলি কোৱা হৈছে। জোজৰ এডভান্সড ফেচ একচুৱেটৰ্ছৰ আছে। ফলস্বৰূপে, ৰবটটোৱে যিকোনো বিষয়ৰ কথোপকথনত অংশগ্ৰহণ কৰিব পাৰে, বয়স চিনাক্ত কৰিব পাৰে, শাৰীৰিক ভাষা বুজিব পাৰে, আৰু উদ্বিগ্ন হ’লে যিকোনো লোকক চিনাক্ত কৰিব পাৰে।

তদুপৰি, এ.আই.-ৰ এই ৰবটটোৰ সামাজিক যোগাযোগ দক্ষতাৰ উপৰিও ইয়াৰ দীৰ্ঘম্যাদী স্মৃতি শক্তি আৰু গোন্ধ চিনাক্ত কৰাৰ ক্ষমতাও আছে। আনকি জোজিৰ ডিজাইনটো মানৱ শৰীৰৰ দৰে। ৰবটটোৱে যোগাযোগৰ সময়ত হাতো লৰচৰ কৰিব পাৰে।

ড০ খোজে কয় যে ছ’চিয়েল মিডিয়াত দুজন লোকৰ মাজত হোৱা কথোপকথনৰ ওপৰত ভিত্তি কৰি জোজিক প্ৰশিক্ষণ দিয়া হৈছে। ৰবটটোৰ কেমেৰাত ফেচিয়েল ৰিক’গনিশ্বন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। জোজি য’ত থাকিব তাত যদি কোনোবাই কোনো অপৰাধ কৰে তাকো ই চিনাক্ত কৰিব পাৰিব।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd