• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰীয় বাজেটে দেশৰ অৰ্থনীতিৰ বিকাশ দ্ৰুত কৰিব : ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুৰব্বী আশীষকুমাৰ চৌহান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 10:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে সদনত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট দাখিল হোৱাৰ পিছতেই বিশ্লেষক সকলে বাজেটখনৰ ভাল আৰু বেয়া দিশ সমূহ আলোচনা কৰিছে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুৰব্বী আশীষকুমাৰ চৌহানেও বাজেট সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰিছে।

চৌহানে কয় যে এই বাজেটত সাধাৰণ লোকক সহায় কৰাৰ সমান্তৰালভাৱে ভাৰতৰ অৰ্থনীতি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

Apply Now

চৌহানৰ মত অনুসৰি, সংস্থাপনৰ সৃষ্টি আৰু অৰ্থনীতি উন্নীত কৰিবলৈ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰে অধিক খৰচ কৰাৰ পৰিকল্পনা কৰা হৈছে। মধ্যবিত্তীয় লোকৰ কৰ হ্ৰাস কৰা হৈছে, অৰ্থাৎ তেওঁলোকৰ হাতত খৰচ বা বিনিয়োগ কৰিবলৈ অধিক ধন থাকিব।

ষ্টক একচেঞ্জৰ মূৰব্বী গৰাকীয়ে লগতে কয় যে অধিক সঞ্চয়ৰ দ্বাৰা মানুহে ষ্টক বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰিব। ইয়াৰ ফলত সময়ৰ লগে লগে তেওঁলোকৰ ধন-সম্পত্তি বৃদ্ধি পাব।

বৰ্তমান ১১ কোটি ভাৰতীয়ই ষ্টক মাৰ্কেটত বিনিয়োগ কৰে। এই বাজেটৰ ফলত ষ্টক মাৰ্কেটত বিনিয়োগ কৰা মানুহৰ সংখ্যা আৰু বৃদ্ধি পাব।

এইবাৰ বাজেটত কৃষক, শিক্ষা, স্বাস্থ্য, ক্ষুদ্ৰ ব্যৱসায়, ষ্টাৰ্টআপ, আৰু যুৱক-যুৱতীসকলৰ বাবে আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে যাতে তেওঁলোকৰ বৃদ্ধিত সহায় কৰিব পাৰে। ইয়াৰ উপৰি মহিলা সবলীকৰণৰ বাবে বাজেটখনত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুৰব্বী আশীষকুমাৰ চৌহানৰ মতে, যেতিয়া মানুহে অধিক উপাৰ্জন, খৰচ, আৰু বিনিয়োগ কৰে, তেতিয়া ই বিকাশৰ এক চক্ৰৰ সৃষ্টি কৰে, ব্যৱসায় সম্প্ৰসাৰণ হয়, চাকৰি বৃদ্ধি পায়, আৰু অৰ্থনীতি শক্তিশালী হয়।

চৌহানৰ মতে এই বাজেটত ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি অৰ্থাৎ ইয়াৰ জনসাধাৰণক অগ্ৰাধিকাৰ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd