• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌনতাৰ গুৰু NXIVMৰ প্ৰতিষ্ঠাপক কেইথ ৰিনিয়েৰক ১.৭৫ মিলিয়ন ইউ এছ ড’লাৰ জৰিমনাসহ ১২০ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 5:02 pm
_107104230__100578972_keithraniere
800
VIEWS
Share on FacebookShare on Twitter

NXIVMৰ প্ৰতিষ্ঠাপক কেইথ ৰিনিয়েৰক ১২০ বছৰৰ কাৰাদণ্ড বিহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন আদালতে।

এনক্সিভিমৰ প্ৰতিষ্ঠাপক কেইথ ৰিনিয়েৰক যোৱা বছৰে শিশু, কিশোৰী আৰু মহিলাক যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰোৱা, অবাধ যৌন সৰবৰাহ, শিশু প’ণগ্ৰাফী নিৰ্মাণৰ দালালি কৰা আদিৰ সৈতে জড়িত থকাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল।

এনক্সিভিম গোটৰ প্ৰধান হিচাপে ৰিনিয়েৰে কিশোৰী তথা মহিলাসকলক দাস হিচাপে নিয়োগ কৰি তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈও বাধ্য কৰায় আহিছিল।

আদালতত আনকি এইটো প্ৰমাণিত হৈছে যে ৬০ বছৰীয়া ৰিনিয়েৰে শিশুসকলকো তেওঁৰ সৈতে যৌন সম্পৰ্কত স্থাপনৰ বাবে বাধ্য কৰাইছিল।

ইফালে মংগলবাৰে ব্ৰুকলিন জিলাৰ জৰ্জ নিক’লাছ গাৰ’ফিছে এই অপৰাধৰ বাবে ৰিনিয়েৰক ১.৭৫ মিলিয়ন মাৰ্কিন ড’লাৰ জৰিমনাৰ বিহিছে।

উল্লেখ্য যে, কেইথ ৰিনিয়েৰ বিৰুদ্ধে মংগলবাৰে ব্ৰুকলিন আদালত ১৩ গৰাকী মহিলাসহ ১৫ গৰাকী লোকে সাক্ষ্য প্ৰদান কৰিছিল।

আনহাতে ৰিনিয়েৰ যৌন লালসাৰ বলি হোৱা ৯০ গৰাকীতকৈ অধিক ভুক্তভোগীয়ে ব্ৰুকলিনৰ বিচাৰপতি নিক’লাছলৈ ৰিনিয়েৰৰ বিৰুদ্ধে পত্ৰ লিখিছিল।

“মই তেতিয়া শিশু আছিলো, তেওঁ তেতিয়াই মোৰ সৰ্বস্ব লুটি নিলে।” এগৰাকী ভুক্তভোগী মহিলাই শুনানিৰ কালত আদালতত এইদৰে কয়।

১৯৯৮ চনত এনভিক্সিম প্ৰতিষ্ঠা কৰি ৰিনিয়েৰে কিশোৰী আৰু মহিলাক ‘দাসী’ হিচাপে নিযুক্তি দি নিজৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰি ইয়াৰ ফ’টো আৰু ভিডিঅ’ ৰেকৰ্ডিং সংৰক্ষণ কৰি ৰখাৰ প্ৰমাণ পোৱা গৈছে।

যৌন শিক্ষা দিয়াৰ নামত বহু শিশু, কিশোৰী আৰু মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা কেইথ ৰিনিয়েৰক ২০১৮ চনত মেক্সিকোত গ্ৰেপ্তাৰ কৰা হৈছিল।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd