• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এইবাৰ মহিলা ৰোগীৰ নিৰ্যাতনৰ বলি হ’ল পুৰুষ চিকিৎসক : কাহিনী শুনি চকু কপালত উঠিব আপোনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2024 12:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ পোহৰলৈ আহিছে চৰকাৰী চিকিৎসালয়ত চিকিৎসক হাৰাশাস্তি। কৰাৰ খবৰ। এগৰাকী মহিলাই চিকিৎসকক জোতাৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে চিকিৎসক গৰাকীক প্ৰহাৰ কৰা ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে।

কৰ্ণাটকৰ চিক্কামাগালুৰুৰ এখন চৰকাৰী চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে।

Apply Now

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, স্বামীৰ সৈতে হৱা ঘৰুৱা হিংসাৰ ফলত আঘাতপ্ৰাপ্ত হৈ নিশা প্ৰায় ১২:৩০ বজাত জিলা চিকিৎসালয়লৈ আহিছিল এগৰাকী মহিলা। সেই সময়তে মহিলাগৰাকীৰ স্বামীযও চিকিৎসালয় খনত উপস্থিত হয়।

তাৰপিছত চিকিৎসালয়ৰ ভিতৰতে দুয়োজনে চিঞৰ বাখৰ কৰে। ইজনে সিজনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিবলৈ চিকিৎসকৰ পৰা চিকিৎসা পৰীক্ষাৰ ৰিপোৰ্ট দাবী কৰে। চিকিৎসকে প্ৰথমে দুয়োকে শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে।

ইয়াৰ মাজতে সকলোকে আচৰিত কৰি মহিলাগৰাকীয়ে হঠাতে কৰ্তব্যৰত চিকিৎসকজনক আক্ৰমণ কৰে। চিকিৎসকজনৰ ওপৰত জোতা নিক্ষেপ কৰাৰ উপৰিও তেওঁৰ ডিঙিত ধৰি টানি নিয়া বুলি অভিযোগ উঠিছে।

এই ঘটনাৰ প্ৰতিবাদত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে চিকিৎসালয়খনৰ বাহিৰৰ অংশ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তথ্য লাভ কৰাৰ পিছতে তাত উপস্থিত হয় আৰক্ষী বাহিনী। অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ পিছতে জিলা প্ৰশাসনে চিকিৎসালয়খনৰ নিৰাপত্তা বৃদ্ধি কৰাৰ আশ্বাস দিছে।

ইফালে কৰ্ণাটকৰ বিজেপি নেতা চিটি ৰবিয়ে চিকিৎসকগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ইয়াৰ উপৰিও তেওঁ এক্স হেণ্ডেলত লিখিছে যে চিকিৎসকৰ ওপৰত এনেধৰণৰ আক্ৰমণ ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd