• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভয়ংকৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ দিশত পৃথিৱী : সতৰ্কবাণী আই পি চি চিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2023 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়ংকৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ দিশত পৃথিৱী। ক্ৰমশঃ তীব্ৰ হাৰত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। গোলকীয় উষ্ণতা বৃদ্ধিৰ সতৰ্কবাণী জাৰি কৰিছে আই পি চি চিয়ে !

মঙলবাৰে প্ৰকাশ পোৱা আইপিচিচিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধিৰ বাবে আহি থকা দশকটোত গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ ১.৫ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। ফলত জলবায়ু পৰিৱৰ্তনৰ হাৰ ত্বৰান্বিত হ’ব। সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

Apply Now

লগতে পঢ়কঃ ভূমিকম্পই কঁপাই তুলিলে আফগানিস্তান: ভাৰততো অনুভূত কম্পন

এতিয়া যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে বহু পলম হ’ব বুলি আশংকা কৰাৰ কথা উল্লেখ কৰিছে আই পি চি চিয়ে প্ৰকাশ কৰা প্ৰতিবেদনত। কোৱা হৈছে যে পৃথিৱীৰ সকলো দেশেই পৃথিৱীক এই ভয়াবহ অৱস্থাৰ পৰা বচাবলৈ পদক্ষেপ ল’ব লাগিব। লক্ষ্য হ’ব লাগিব ২০৩০ চনৰ ভিতৰত সেউজ গৃহ গেছৰ নিৰ্গমন আধালৈ আৰু ২০৫০ চনৰ ভিতৰত শূন্যলৈ পৰিণত কৰা।

লগতে পঢ়কঃ বিবাহৰ ছয় বছৰৰ পিছত দম্পতীৰ জীৱনলৈ আহিল অনাহুত খবৰ: চিকিৎসা পৰীক্ষাত ওলাল প্ৰকৃত সম্পৰ্কৰ ৰহস্য

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মন্তব্য কৰে যে, “মানৱ সভ্যতাই আজি পাতল বৰফৰ ওপৰত অৱস্থান কৰিছে। আৰু সেই বৰফ দ্ৰুতগতিত গলিছে। গতিকে সমগ্ৰ বিশ্বতে পৰিৱেশ সম্পৰ্কীয় সজাগতা আৰু ব্যৱস্থাৰ প্ৰয়োজন।”

বৰ্তমানৰ পৰিস্থিতিক ‘টাইম বোমা’ৰ সৈতে তুলনা কৰি ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে কয় যে আই পি চি চিৰ নতুন প্ৰতিবেদনত সেই বোমাটো নিষ্ক্ৰিয় কৰাৰ দাবী কৰা হৈছে।

লগতে পঢ়কঃ দেশত একনায়কত্ববাদ চলিছে নেকি! বিজপিক বাক্যবাণ তেজস্বী যাদৱৰ

উল্লেখ্য যে সপ্তাহজোৰা বৈঠকৰ অন্তত ১৯৫ খন দেশৰ অনুমোদন লৈ এই প্ৰতিবেদনখন প্ৰকাশ কৰা হৈছে। উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অনুভৱ হৈছে। এই পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দিনত গৰমৰ বাবে লাখ লাখ লোকৰ মৃত্যুৰ আশংকা আছে। লগতে খাদ্য আৰু পানীৰো নাটনি হ’ব পাৰে। ফলত দুৰ্ভিক্ষৰ সৃষ্টি হ’ব পাৰে। উষ্ণতা বৃদ্ধিৰ বাবে উত্তৰ গোলাৰ্ধৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃ কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd