• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিনেমা নিৰ্মাণৰ ৫০বছৰ পূৰ্বেই টাইম আলোচনীৰ বেটুপাতত স্থান পাইছিল মহাত্মাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2024 6:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিচাৰ্ড এটেনব’ৰ’ৰ চিনেমা ‘গান্ধী’ মুক্তিৰ পূৰ্বে সমগ্ৰ বিশ্বই মহাত্মা গান্ধীক চিনি পোৱা নাছিল বুলি মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সন্দৰ্ভত কংগ্ৰেছে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। প্ৰাক্তন বিত্ত আৰু গৃহমন্ত্ৰী পি চিদাম্বৰমে প্ৰধানমন্ত্ৰীক সুধিছে যে- আইনষ্টাইনে গান্ধীৰ বিষয়ে কেনেকৈ জানিলে যদি বাকী বিশ্বই এই বিষয়ে নাজানিছিল?

প্ৰধানমন্ত্ৰীৰ মূল কথা আছিল যে কংগ্ৰেছ আৰু তেওঁলোকৰ চৰকাৰে গান্ধীজীক সমগ্ৰ বিশ্বৰ আগত পৰিচয় কৰা নাছিল। উনৈছশ বিৰাশী চনত এটেনব’ৰ’ৰ গান্ধী ছবিৰ পাছতহে গান্ধী পৰিচিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কিমান ডাঙৰ ভুল কৰিলে সেয়া বহু লোকে আঙুলিয়াই দিছে। গান্ধীয়ে নিজৰ কৰ্মৰ জৰিয়তে কেনেদৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল তাৰ বহু উদাহৰণ বহুলোকে দিছে। বিশ্ববিখ্যাত টাইমৰ দৰে মৰ্যাদাসম্পন্ন আলোচনীয়ে যেতিয়া কোনো বিশেষ ব্যক্তিৰ ওপৰত প্ৰচ্ছদ প্ৰবন্ধ কৰে তেতিয়া তেওঁৰ বিষয়ে বিতং গৱেষণা কৰে আৰু ইয়াৰ এটা মাপকাঠী হ’ল সেই ব্যক্তিজনৰ কোনো বিশেষ ক্ষেত্ৰত অৱদান। দেখা গৈছে যে সেই জনপ্ৰিয় আমেৰিকান আলোচনীখনে ১৯৩১ চনৰ ৫ জানুৱাৰীৰ সংখ্যাত গান্ধীৰ ওপৰত এটা প্ৰচ্ছদ প্ৰবন্ধ কৰিছিল।শিৰোনাম আছিল, ‘চেইন্ট গান্ধী—১৯৩০ চনৰ বৰ্ষজোৰা চৰ্চিত ব্যক্তি’। টাইম আলোচনীয়ে আগতে কেতিয়াও এজন ভাৰতীয়ৰ বিষয়ে সন্ত বা Saint শব্দ ব্যৱহাৰ কৰা নাছিল। কোৱা বাহুল্য যে প্ৰচ্ছদ প্ৰবন্ধৰ বিষয় আছিল গান্ধীৰ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম আৰু একে সময়তে তেওঁৰ সহজ সৰল জীৱন।

Apply Now

উনৈছশ ত্ৰিশ চনৰ ১২ মাৰ্চত গান্ধীয়ে লোণ সত্যাগ্ৰহ আৰম্ভ কৰে। ২৪ দিনীয়া পদযাত্ৰাৰ অন্তত ভাৰতীয়ক নিমখ বনোৱাৰ অধিকাৰ দিবলৈ বাধ্য হৈছিল ব্ৰিটিছ চৰকাৰ। গোটেই দশকটোত গান্ধীৰ আন্দোলনে ব্ৰিটিছ চৰকাৰক এক অস্থিৰ কৰি তুলিছিল। তেতিয়া মহাত্মা গান্ধী ১৯৩০ চনৰ ৩১ মাৰ্চ আৰু ১৯৪৭ চনৰ ৩০ জুন সংখ্যাত টাইমৰ প্ৰচ্ছদ প্ৰবন্ধৰ বিষয়বস্তু আছিল।

সেই সময়ত সমগ্ৰ বিশ্বই জনা আন এখন আলোচনী আছিল ‘Life’। গান্ধী আছিল ইয়াৰ ১৯৪৬ চনৰ ২৫ মাৰ্চ সংখ্যাৰ প্ৰচ্ছদ প্ৰবন্ধ। টাইমৰ প্ৰতিদ্বন্দ্বী আলোচনী নিউজৱিকৰ কেইবাটাও সংখ্যাতো গান্ধীক প্ৰকাশ কৰা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত তেওঁৰ হত্যাৰ বাতৰি বিশ্বৰ সকলো আগশাৰীৰ বাতৰি কাকতত প্ৰকাশ পাইছিল৷এটেনব’ৰ’ৰ ছবিখন নিৰ্মাণৰ বহু আগতেই বিশ্বৰ বহু দেশে গান্ধীৰ সন্মানত ৰাস্তা-ঘাট আৰু উদ্যান উচৰ্গা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd