DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ তালাচীত নগাঁৱৰ পৰা চুৰি হোৱা বাইক বোকাখাতত উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 1, 2019 12:16 pm
BOKAKHAT.Bike theft.PIC.2

ফটো : নৰ্থ-ইষ্ট নাও

619
VIEWS
Share on FacebookShare on Twitter

বোকাখাত যান-বাহন আৰক্ষীৰ তালাচীত উদ্ধাৰ হ’ল নগাঁৱৰ পৰা চুৰি হোৱা এখন বাজাজ এভেঞ্জাৰ মটৰ চাইকেল। যোৱা ২৫ জুলাইতে নগাঁৱৰ লংকাৰ পৰা চুৰি হৈছিল এ এছ ০২ কিউ ৩৮৪৫ নম্বৰৰ এই বাজাজ এভেঞ্জাৰ মটৰ চাইকেলখন।

বাইকখনৰ গৰাকী ইছমাইল চিদ্দিকৰ ঘৰৰ গ্ৰিল ভাঙি চুৰি কৰিছিল বাইকখন। পিছত বাইকখনৰ গৰাকী ছিদ্দিকে নগাঁৱৰ ৰূপহী থানাত এই সম্পৰ্কত এক এজাহাৰো দাখিল কৰিছিল।

উল্লেখ্য যে বোকাখাতত সঘনাই হৈ থকা মটৰ চাইকেল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে যোৱা ২৬ জুলাইত বোকাখাত আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত নথি-পত্ৰ বিহীন প্ৰায় ১৫০ খনৰো অধিক বাইক জব্দ কৰিছিল। এই তালাচীতে জব্দ হৈছিল নগাঁৱৰ পৰা চুৰি হোৱা এভেঞ্জাৰ বাইকখন।

বাইকখন জব্দ হোৱাৰ পাছত চোৰে বাইকখন বোকাখাত থানাৰ চৌহদতে এৰি যায়। কিন্তু পৰৱৰ্তী সময়ত পুনৰ চোৰে বোকাখাত থানাৰ পৰা কৌশলগতভাৱে বাইকখন নিয়াৰ চেষ্টা কৰিছিল যদিও নথি-পত্ৰ দাখিল কৰিব নোৱাৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইফালে বুধবাৰে নগাঁৱৰ ৰূপহী থানাৰ পৰা আৰক্ষী আৰু বাইকখনৰ প্ৰকৃত গৰাকী উপস্থিত হোৱাত এইখন চুৰি বাইক বুলি বোকাখাত আৰক্ষীও নিশ্চিত হয়।

অৱশ্যে বাইকখন উদ্ধাৰ হ’লেও  আৰক্ষীয়ে এই পৰ্যন্ত চোৰজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd