DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শৰীৰত ক’ৰ’নাৰ লক্ষণ নাই! : GMCH ত কেনে আছে অখিল গগৈ; জনালে অধীক্ষকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 12, 2020 5:57 pm
index.jpgকক
450
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চিকিৎসা  মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে কালি কোভিড-১৯ পজিটিভ ধৰা পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ।

বৰ্তমান কৃষক নেতাগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জনাইছে GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই।

“অখিল গগৈৰ অৱস্থা ইমান জটিল নহয়। তেওঁ এতিয়া সুস্থিৰ। তেওঁ পুৱাৰ ভাগত আঁঠুৰ আৰু মূৰৰ অলপ বিষ থকা বুলি জনাইছিল।”

কৃষক নেতাগৰাকীৰ অক্সিজেন ৯৯ শতাংশ থকাৰ বিপৰীতে হৃদস্পন্দন এক মিনিটত ৭৯ বাৰ হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰোপৰি, অখিল গগৈৰ শৰীৰৰ তাপমাত্ৰা বৰ্তমান ৯৭.৬ ডিগ্ৰী চেলচিয়াছ বুলি তেওঁ সংবাদমাধ্যমৰ আগত কয়।

ইপিনে, অখিল গগৈক বৰ্তমান ICUত ভৰ্তি কৰাবলগীয়া পৰিস্থিতি হোৱা নাই বুলি চিকিৎসক ব’ৰ্ডে তেওঁক জনোৱা বুলি সংবাদ মাধ্যমৰ আগত কয়।

অভিজিত শৰ্মাৰ মতে “অখিল গগৈৰ দেহত বৰ্তমান ক’ৰ’ণাৰ লক্ষণ বা উপসৰ্গ নাই অৰ্থাৎ তেওঁ Asymptomatic ৰোগী।”

উল্লেখযোগ্য যে জিএমচিএইচৰ প্ৰাক্তন অধ্যক্ষ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত গঠিত ব’ৰ্ডখনত আছে জিএমচিএইচৰ চিকিৎসক ডাঃ বসন্ত হাজৰিকা, ঔষধ বিভাগৰ মুৰব্বী ডাঃ সংগীত দত্ত, হেল্থ চিটী হাস্পতালৰ চিকিৎসক ডাঃ ব্ৰজেন লহকৰ আৰু এপ’ল’ৰ চিকিৎসক ডাঃ নীলম খাউণ্ড।

ইপিনে, অখিল গগৈৰ লগতে আটাইকেইগৰাকী চিকিৎসাধীন কৃষক নেতাৰ স্বাস্থ্য সম্পৰ্কীয় আপডেট প্ৰত্যেক দিনাই সংবাদ মাধ্যমৰ জৰিয়তে জনাই থাকিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াৰ নেতৃত্বত যোৱা এটা সজাতি দলে জি এম চি এইচ ৰ অধীক্ষকক সাক্ষাৎ কৰে আৰু তেওঁৰ পৰাই তিনিও নেতাৰ স্বাস্থ্যৰ বুজ লয়।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd