• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মন্ত্ৰীপত্নী বাগানৰ মালিক হ’লেও তথৈবচ চাহ শ্ৰমিকৰ অৱস্থা!২৫০জন চিকিৎসকৰ হাতত ৰাজ্যৰ লাখ-লাখ মজদুৰৰ জীৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2024 4:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজনৰ পাছত সিজন মন্ত্ৰী-বিধায়কৰ পত্নী চাহ বাগিচাৰ স্বতাধিকাৰী হ’লেও তথৈবচ অসমৰ চাহ শ্ৰমিকৰ অৱস্থা৷অপৰ্যাপ্ত চিকিৎসকৰে পৰিচালিত হোৱা অসমৰ চাহ উদ্যোগটোৰ প্ৰতি নামি আহিছে বিপৰ্যয়৷ইতিমধ্যে ডায়েৰিয়াসদৃশ ৰোগত উজনি অসমৰ ডুমডুমাস্থিত টঙনাগাঁও চাহ বাগিচাত এসপ্তাহৰ ভিতৰতে ১১জন শ্ৰমিকৰ পৰলোকপ্ৰাপ্তি ঘটিছে৷তদুপৰি অসমৰ আন আন চাহ বাগিচাসমূহতো কলেৰা,ডায়েৰিয়াজাতীয় ৰোগ ধৰা পৰিছে বুলি ইতিমধ্যে অসমৰ এখন প্ৰতিষ্ঠিত সংবাদপত্ৰই প্ৰকাশ কৰিছে৷শ্ৰমিকৰ সুৰক্ষাৰ বাবে থকা শ্ৰম আইন ভৰিৰে মোহাৰি চাহ বাগিচা মালিকপক্ষই মইমতালি কৰাৰ অভিযোগো উত্থাপন হৈছে৷

শেহতীয়াকৈ অসম চৰকাৰে ভোটবেংকৰ স্বাৰ্থত প্ৰদান কৰা হিতাধিকাৰী আঁচনি আৰু সেৱাসমূহৰ পাছত বাগিচাৰ মালিকপক্ষই শ্ৰম আইনৰ অধীনত প্ৰদান কৰিবলগীয়া সা-সুবিধাৰ ক্ষেত্ৰত হেমাহি কৰা পৰিলক্ষিত হৈছে৷নিয়ম অনুসৰি শ্ৰম বিভাগৰ পৰিদৰ্শক, শ্ৰম বিষয়া আৰু সহকাৰী শ্ৰম আয়ুক্তসকলে প্ৰতিখন বাগিচাৰ চিকিৎসা সেৱা আৰু শ্ৰমিকৰ অন্যান্য সুবিধাৰ তদন্ত কৰিব লাগে৷কিন্তু শ্ৰম বিভাগে এনে কোনো ব্যৱস্থা লোৱা নাই,যাৰ ফলত বৰ্তমান ৮৫০খন বাগিচাত আছে মাত্ৰ ২৫০ জন চিকিৎসক৷ফাৰ্মাচিষ্ট,নাৰ্ছ আদিৰো আছে নাটনি,নাই পৰ্যাপ্ত ঔষধ৷যিখিনি চৰকাৰী ঔষধ লাভ কৰে তাৰো দেখিবলৈ পোৱা গৈছে অনিয়মীয়া বিতৰণ৷

ৰাজ্যৰ চাহ বাগিচাস্থিত সেৱাসমূহৰ তদন্ত কৰিবলৈ আছে ৬গৰাকী চিকিৎসা পৰিদৰ্শক৷কিন্তু পৰিদৰ্শকসকলে এই কাম কৰাত ব্যৰ্থ হৈছে৷এইবোৰ দেখিও শ্ৰম মন্ত্ৰী,শ্ৰম বিভাগ আৰু অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ আঁৰত শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলিছে মালিক কৰ্তৃপক্ষই৷বৰ্তমান সেই সময় সমাগত যে চৰকাৰে বাগিচা ক্ৰয় কৰাতকৈ শ্ৰমিকৰ দুখ-মৰ্মবেদনা প্ৰকৃততে অনুধাৱন কৰক৷

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd