• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

ই এছ আই-ৰ মাণ্ডলিক সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত বৃহৎ শ্ৰমিক বিক্ষোভ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 2, 2024 5:50 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি চিআই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত গুৱাহাটীৰ বামুনিমৈদামস্থিত ই এছ আই-ৰ মাণ্ডলিক কাৰ্যলয়ৰ সন্মুখত বীমাকৃত শ্ৰমিকসকলে বৃহৎ বিক্ষোভ সংগঠিত কৰে। ESI অন্তভূৰ্ত্তিত ক্ষেত্ৰত মজুৰিৰ উৰ্দ্ধসীমা ৩৫০০ টকালৈ বৃদ্ধি কৰা, ESI অন্তভূৰ্ত্তিত ক্ষেত্ৰত দৰমহা নিৰ্ধাৰণ কৰোতে ভাত্তাসমূহ বাদ দিয়া, দুৰ্ঘটনাত পতিত হোৱা বীমাকৃত ব্যক্তিৰ ক্ষেত্ৰত ৰেফাৰেলৰ জটিলতা নাৰাখি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰা, প্ৰতিখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপযুক্ত উন্নত মানৰ চিকিৎসা প্ৰদান কৰা, ICDS,NHM, POSHAN(MID DAY MEAL) ৰ কৰ্মচাৰীসকলক ESI ৰ সুবিধা প্ৰদান কৰা, বেলতলাৰ আৰ্হিত প্ৰস্তাৱিত তিনিচুকীয়া আৰু শিলচৰতো ESI চিকিৎসালয়ৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা আদি শ্লোগান দি উত্তাল কৰে মাণ্ডলিক সঞ্চালকৰ কাৰ্যলয়।

বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য ৰাখে চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, উপসভাপতি বীৰেণ শৰ্মা, পেট্ৰ’লিয়াম এণ্ড গেছ ৱাৰ্কাৰ্চ ফেডাৰেচনৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক নগেন চুতীয়া, চি আই টি ইউৰ মহানগৰ জিলাৰ সম্পাদক আলী আকবৰ, ঠিকা শ্ৰমিক ইউনিয়নৰ নেতা দিলিপ ৰায়, বিজয় বসুমতাৰী, বিজয় গগৈ, মনিপুৰৰ নাৰায়ন, সঞ্জীৱ মোহনে। ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ শিল্প প্ৰতিষ্ঠানৰ শ্ৰমিকসকল হ’ল ই এছ আই আঁচনিৰ মূল অংশীদাৰ। নিশ্চিতভাৱে এই ই এছ আই শ্ৰমিক কৰ্মচাৰীৰ বাবে অতিশয় জৰুৰী অৰু অতিশয় আৱশ্যকীয় সামাজিক সুৰক্ষামূলক সেৱা। যে বহু সময়ত বীমাকৃত শ্ৰমিকসকলে প্ৰয়োজনীয় ESI স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। ৰাজহুৱা খণ্ডত ঠিকা পদ্ধতিত কৰ্মৰত আক বৃহৎ অংশৰ ঠিকা শ্ৰমিক সংগ্ৰাম কৰি কিছু মজুৰি বৃদ্ধি কৰি লবলৈ সক্ষম হৈছে। যিসকলে মাহিলি ২১০০০ টকাৰ বেছি পায়। ESI অন্তভুক্তিৰ এই উৰ্দ্ধসীমা ২১০০০ টকা হৈ থকাত উল্লেখিত শ্ৰমিকসকল ESI সুবিধাৰ পৰা বঞ্চিত হৈছে।

Apply Now

আনহাতে বীমাকৃত শ্ৰমিক কৰ্মৰত অৱস্থাত অথবা কৰ্মক্ষেত্ৰত আহোতে-যাওঁতে দুৰ্ঘটনাত পতিত হলে, বহু সময়ত ESI চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা হয়। ESI চিকিৎসালয়ৰ প্ৰেৰণ সেৱাত প্ৰযোজ্য হৈ থকা কঠোৰ পদ্ধতিৰ বাবেই এইদৰে বঞ্চিত হয়।  প্ৰাথমিক চিকিৎসালয় বোৰত  ( ESI Dispensaries) উপযুক্ত ব্যৱস্থা এতিয়াও সুলভ নহয়।

একেদৰে কন্দ্ৰীয় চৰকাৰৰ তিনিখন আঁচনি  ICDS, NHM, POSHAN, (MID DAY MEAL) কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলক ই এছ আই অন্তৰ্ভুক্ত কৰাটো জৰুৰী। অসমত ২ লাখ ৭১ হাজাৰ তেনে কৰ্মচাৰী আছে যি সকলে কোনো ধৰণৰ চিকিৎসা সাহায্য নাপায় আৰু কোনো স্বাস্থ্যবীমা আঁচনিক দ্বাৰা উপকৃত নহয়।

চি আই টি ইউ অসম ৰাজ্যিক কমিটিয়ে ই এছ আই সম্পৰ্কত উল্লেখিত সমস্যাসমূহৰ দাবীসম্বলিত এক স্মাৰক পত্ৰ বামুনিমৈদামস্থিত ই এছ আই-ৰ মাণ্ডলিক সঞ্চালকৰ জৰিয়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰে। মাণ্ডলিক সঞ্চালক সন্মানীয় ৰবাৰ্ট লিয়ানচিয়াম গেইট ডাঙৰীয়াই স্মাৰক পত্ৰ গ্ৰহণ কৰি তেখেতৰ আওতাত থকা সমস্যাকেইটা অতিশীঘ্ৰে সমাধানৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd