• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফাৰ অন্তিম সময়সীমা উকলিবলৈ মাজত মাত্ৰ কেইটামান দিন: আজিও সন্ধান নাই কুইপ’ৰ অপহৃত বিষয়াৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 11, 2021 6:51 pm

1 min read

a biden
271
VIEWS
Share on FacebookShare on Twitter

যোৱা ডিচেম্বৰ ২১ তাৰিখে আলফা(স্বা) আৰু এন এছ চি এনৰ দ্বাৰা অপহৰণ হোৱা শিৱসাগৰ নগৰৰ এছ টি চি সমীপৰ হাবিৰাম বৰা পথৰ নিবাসী প্ৰণৱ কুমাৰ গগৈৰ আজিও কোনো সন্ধান নাই।

আজি শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ ঘৰত উপস্থিত হয় আটাছুৰ এটা সঁজাতি দল। অপহৃত প্ৰণৱ কুমাৰ গগৈৰ পত্নী ,মাতৃ,অসুস্থ পিতৃক দেখা কৰে লগতে পত্নী নমিতা গগৈৰ সৈতে সমগ্ৰ ঘটনাৰ বুজ লয়।

ইফালে অপহৰণকাৰী সকলৰ ক্ষেত্ৰত  অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কোম্পানীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰিলে বিহাৰৰ ৰাম কুমাৰ নামৰ কৰ্মচাৰীজনক আলফা স্বাধীনে হত্যা কৰাৰ হুংকাৰ দিয়াত এতিয়া পৰিয়ালৰ লোক শংকিত হৈ পৰে।

অপহৃতৰ  দুৰ্ভগীয়া পত্নী আৰু মাতৃয়ে সাম্ভাৱ্য  বিপদৰ আশংকা কৰি   এইক্ষেত্ৰত চৰকাৰ আৰু কুইপ’ কোম্পানীৰ  হস্তক্ষেপ কামনা কৰিছে।

আটাছুৰ নেতাজনে আলফা ৰ উক্ত অপহৰণকাণ্ডক  তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।  তেওঁ মানৱীয়তাৰ খাতিৰত দুই অপহৃত ব্যক্তিক মুকলি কৰি দিয়াৰ অনুৰোধ জনালে পৰেশ বৰুৱা লৈ।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd