• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গাৰ পৰা বিজেপিৰ গোন্ধ নাযায়

ভূপেন বৰা, জিতেন্দ্ৰ সিঙকে ধৰি অসমৰ প্ৰায়বোৰ কংগ্ৰেছী নেতাই বিজেপিৰ বেতনভোগী চাকৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2023 9:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গা পৰা বিজেপিৰ গোন্ধ নাযায়” – এই মন্তব্য প্ৰদান কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

শেহতীয়াকৈ বিজেপিৰ লগত থকা গোপন মিত্ৰতা তথা বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগত আন আন বিৰোধী ৰাজনৈতিক দলৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে AIUDF ৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমল।

Apply Now

লগতে পঢ়কঃ এতিয়াৰে পৰা মহানগৰবাসীৰ বাবে বাধ্যতামূলক হ’ব চিচি টিভি কেমেৰা

সমাগত লোক সভাৰ নিৰ্বাচনৰ বাবে কুচকাৱাচ চলাইছে মহা জোঁট আৰু মিত্ৰ জোঁটে। এই সময়তে আজমলে আকৌ কংগ্ৰেছৰ কাষ চাপি মিত্ৰতা কৰিবলৈ খুজিছে যদিও আজমলে আগবঢ়োৱা হাতত হাত মিলাবলৈ বিচৰা নাই কংগ্ৰেছ দলে।

উল্লেখ্য যে যোৱা অসম বিধান সভাৰ নিৰ্বাচনত বিজেপিক উফৰাই পেলোৱাৰ উদ্দেশ্যেৰে কংগ্ৰেছৰ লগত অতি বিশ্বাসেৰে মিত্ৰতা স্থাপন কৰিছিল বদৰুদ্দিন আজমলে। কংগ্ৰেছেও ৰাইজৰ বিভিন্ন গালি শপনিক আওকাণ কৰি আজমলৰ লগত মিত্ৰতা অব্যাহত ৰাখিছিল। কিন্তু বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰাৰ পিছত এই কথা কংগ্ৰেছী সকলৰ মাজত স্পষ্ট হৈ পৰিলে যে বদৰুদ্দিন আজমলৰ ৰাজনীতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে গোপন বুজাবুজি। ইয়াৰ পিছৰে পৰা কংগ্ৰেছে চকুপাৰি দেখিব নোৱাৰা হ’ল বদৰুদ্দিন আজমলক।

লগতে পঢ়কঃ এশতকৈও অধিক মহিলাক ধৰ্ষণ, ধৰ্ষণৰ ভিডিঅ’ৰে পিছত ব্লেকমেইল: অৱশেষত কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন জেলেবী বাবা

ইমানৰ পিছতো কংগ্ৰেছৰ কাষ চাপিব খোজা আজমলক কংগ্ৰেছে আদৰি নলৈ বিজেপিৰ এজেন্ট বুলিহে সমালোচনা কৰিলে। ইয়াৰ পিছতেই ক্ষুব্ধ হৈ পৰিল আজমল।

যোৱা বুধ বাৰে সংবাদ মেল আয়োজন কৰি আজমলেও ক’লে যে – ভূপেন বৰা, জিতেন্দ্ৰ সিঙকে ধৰি অসমৰ প্ৰায়বোৰ কংগ্ৰেছী নেতাই বিজেপিৰ বেতনভোগী চাকৰ।

লগতে পঢ়কঃ ঠাণ্ডা দিনত ভৰিত মোজা পিন্ধি শোৱে নেকি? তেন্তে জানি লওঁক এইকেইটা কথা 

কংগ্ৰেছক উদ্দেশি আজমলৰ এই সংবাদমেলৰ পিছতেই ক্ষান্ত হৈ নাথাকিল অসম প্ৰদেশ কংগ্ৰেছৰ নেতা সকল। লগে লগেই কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ক’লে – “সকলোৱে জানে যে এইবাৰ ধুবুৰীত AIUDF ৰ ভেটি থৰক বৰক হৈছে। সেইবাবেই আজমলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ উদ্বাউল হৈ পৰিছে।  কিন্তু এ আই চি চি য়ে ইতিমধ্যে আজমলৰ লগত কংগ্ৰেছৰ কোনো মিত্ৰতা নহয় বুলি কোৱাৰ পিছতেই আজমলে এ পি চি চি নেতাৰ বিৰুদ্ধে প্ৰলাপ বকিছে।”

লগতে পঢ়কঃ এইবাৰ গুগুলতকৈও অত্যাধুনিক প্ৰযুক্তি আনিছে মাইক্ৰ’চফ্ট-এ

আনহাতে দলৰ আন আন বিষয়-ববীয়া সকলৰ লগতে কংগ্ৰেছৰ বিধায়ক কাজিৰ হুছেইন শিকদাৰেও আজমলৰ বিৰুদ্ধে এইদৰে মন্তব্য আগবঢ়াইছে যে – “বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গা পৰা বিজেপিৰ গোন্ধ নাযায়”।

ইপিনে এই ঘটনাৰ পিছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জয়ৰাম ৰমেশে বিজেপিৰ মুখপাত্ৰ হিচাপে অভিহিত কৰিছে বদৰুদ্দিন আজমলক।

লগতে পঢ়কঃ নিকৃষ্ট মানসিকতা ! ভগ্নীক চুমা খোৱাকলৈ ৰাহুলক অসংস্কৃত আখ্যা গেৰুৱা বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd