• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

এইবাৰ গুগুলতকৈও অত্যাধুনিক প্ৰযুক্তি আনিছে মাইক্ৰ’চফ্ট-এ

দৈনন্দিন কাম-কাজৰ বাবে ChatGPT ৰ দৰে ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াক ডিজিটেল মাৰ্কেটিং, অনলাইন কন্টেন্ট সৃষ্টি, গ্ৰাহক সেৱাৰ প্ৰশ্নৰ উত্তৰ দিয়া, ক'ড ডিবাগিং ইত্যাদিৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 11:39 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বহু বৃহৎ প্ৰযুক্তি কোম্পানীয়ে ভুগি থকা ধাৰাবাহিক লোকচানৰ পৰা ওলাই আহিবলৈ যোৱা বছৰৰ পৰা নিয়ন্ত্ৰণত ৰাখিছে কোম্পানীসমূ্হৰ বিনিয়োগ। এনে বিপদজনক অৱস্থাত বহু কোম্পানীয়ে স্থগিত ৰাখিছে নিজৰ বহুতো ব্যয়বহুল  সপোনৰ প্ৰকল্প। 

এনে পৰিস্থিতিত মাইক্ৰ’ছফটে কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAI প্ৰকল্পত ধন বিনিয়োগ কৰিছে। যাৰ বাবে এতিয়া এই প্ৰকল্পটোক মাইক্ৰ’ছফ্টৰ ‘বেটিং হৰ্চ’ বুলি কোৱা হৈছে।

Apply Now

উল্লেখ্য যে ২০১৯ চনত মাইক্ৰ’ছফটে কৃত্ৰিম বুদ্ধিমত্তাৰ ষ্টাৰ্টআপ OpenAI ত ১ বিলিয়ন মাৰ্কিন ডলাৰ। যাৰ ভাৰতীয় মূল্য ২০১৯ চন অনুসৰি ৮,৪৪০ কোটি টকা।

মাত্ৰ সাত বছৰৰ আগতে ছেম অল্টমেন, ইলন মাস্ক আৰু অন্যান্য প্ৰযুক্তি উদ্যোগীসকলে এই কোম্পানীটো গঢ়ি তুলিছিল। মাইক্ৰ’ছফটে প্ৰথমে এই কোম্পানীত কিমান টকা বিনিয়োগ কৰিছিল সেই কথা প্ৰকাশ কৰা নাছিল। এম আই টি টেক ৰিভিউ নামৰ এটা অনলাইন চাইটে ২০২০ চনত প্ৰকাশ কৰিছিল যে মাইক্ৰ’চফ্টে তেওঁলোকৰ ক্লাউড ব্যৱসায় Azur সৈতে OpenAI ত ১ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে।

এই OpenAI ৰ বিষয়ে যোৱা বছৰৰ নৱেম্বৰৰ পৰা সমগ্ৰ বিশ্বতে আলোচনা কৰা হৈছে। শেহতীয়াকৈ OpenAI এ এটা কৃত্ৰিম বুদ্ধিমতাৰ ছফ্টৱেৰ, ‘ChatGPT’ খুলিছে। এই ছফ্টৱেৰটো GPT 3.5 ভাষা মডেলৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

অভিযন্তাৰ পৰা আৰম্ভ কৰি উদ্যোগী, ছাত্ৰ, বিনিয়োগকাৰী আদি সকলোৱে এই ছফ্টৱেৰটোৰ বুদ্ধিমত্তাৰ শলাগ লৈছে। অৱশ্যে ChatGPT ত এতিয়াও কিছুমান দুৰ্বলতা আছে। অৱশ্যে বিশ্লেষকসকলে ইয়াৰ যথেষ্ট সম্ভাৱনা দেখিছে।

বিশ্লেষক সকলে কৈছে যে chatGPT এতিয়া যথেষ্ট স্মাৰ্ট আৰু এডভান্সড। উল্লেখ্য যে ইতিমধ্যে গুগলে এই চেটবটক গুগুলৰ এক প্ৰতিযোগী চাৰ্জ ইঞ্চিন হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।

প্ৰযুক্তি ৱেবছাইট দ্য ইনফৰ্মেশ্যনে কৈছে যে মাইক্ৰ’ছফ্টে নিজৰ চাৰ্চ ইঞ্জিন ‘বিঙ’ত chatGP যোগ কৰিব পাৰে, যাতে তেওঁলোকে গুগল চাৰ্চৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে। অনুমান কৰা হৈছে যে প্ৰায় দুটা দশকৰ পাছত গুগলৰ চাৰ্চ ইঞ্জিনে প্ৰথমবাৰৰ বাবে এক বৃহৎ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব আৰু এই ক্ষেত্ৰত মূল প্ৰতিযোগী হিচাপে গুগুলৰ সমুখত থিয় দিব মাইক্ৰ’চফ্টৰ অৱদান chatGPT এ।

OpenAI কৰ্তৃপক্ষই কয় যে তেওঁলোকৰ ChatGPT মডেলটো Reinforcement Learning from Human Feedback (RLHF) নামৰ মেচিন লাৰ্নিং কৌশল ব্যৱহাৰ কৰি প্ৰশিক্ষণ দিয়া হৈছিল। ই সংলাপৰ অনুকৰণ কৰিব পাৰে,  প্ৰশ্ন সুধিব পাৰে, ভুল স্বীকাৰ কৰিব পাৰে, আনকি অনুপযুক্ত অনুৰোধো নাকচ কৰিব পাৰে।

বিশ্লেষকসকলে কয় যে চ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd