• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়াৰ পৰা বৰাকত নাথাকিব এখনো অসমীয়া মাধ্যমৰ বিদ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2023 4:37 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ইটোৰ পিছত সিটোকৈ গ্ৰহণ কৰিছে অসমীয়া বিৰোধী সিদ্ধান্ত। এইবাৰ বৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ বন্ধ কৰি দিয়াৰ ম সিদ্ধান্ত গ্ৰহণ  কৰিছে অসম চৰকাৰে। শিক্ষাৰ্থী নথকাৰ অজুহাত দেখুৱাই বৰাকৰ বিদ্যালয়সমূহত কৰ্মৰত অসমীয়া ভাষাৰ অৱশিষ্ট ২১০ গৰাকী শিক্ষকক অন্য ঠাইলৈ বদলিৰ সিদ্ধান্ত লৈছে ৰাজাৰ শিক্ষা বিভাগে। চৰকাৰৰ চূড়ান্ত অনীহাই সমগ্ৰ মাতৃভাষা মাধ্যমটোকে ঠেলি দিছে বিপদৰ মাজলৈ। সংলগ্নকৰণৰ নামত বন্ধ কৰি দিয়া হৈছে ইখনৰ পিছত সিখন অসমীয়া জাতিৰ ৰাজহাড় সদৃশ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ।

এইবাৰ  অতি কৌশলেৰে অসমীয়া ভাষাক উৎখাত কৰিবলৈ চৰকাৰে প্ৰহণ কৰা সিদ্ধান্তই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। ৰাজ্যভাষা অসমীয়াক স্বয়ং চৰকাৰেই বৰাক উপত্যকাৰ পৰা  চিৰদিনলৈ বিদায় দিব বিচৰা কাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰ। 

Apply Now

বৰাক উপত্যকাত চৰকাৰে ৰাজ্যভাষা অসমীয়াক প্রচাৰ প্ৰসাৰৰ বাবে পৃষ্ঠপোষকতা কৰাতো দূৰৈৰে কথা,  নি:শেষ কৰাৰহে ষড়যন্ত্ৰ গ্ৰহণ  কৰিছে জাতি মাটি ভেটিৰ কথা কোৱা অসম চৰকাৰে।

লক্ষণীয়ভাৱে  বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে প্ৰহণ কৰি আহিছে এটাৰ পিছত আনটো মাতৃভাষাবিৰোধী সিদ্ধান্ত। যষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীক গণিত বিজ্ঞান বিষয়ত ইংৰাজী জাপি দিয়াৰ পৰা আৰম্ভ কৰি অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰোৱালৈকে অসমীয়া ভাষাৰ ওপৰত ইটোৰ পিছত সিটো মাধমাৰ সোধাইছে বিজেপি চৰকাৰে। ইয়াৰ উপৰিও পৰ্যাপ্ত আন্তঃগাঁথনি, উপযুক্ত শিক্ষক, অন্যান্য সা সুবিধাৰে অভাৱৰ বাবে অসমীয়অ মাধ্যমত অভাৱনীয়ভাবে হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা। ইয়াৰ অচিলা লৈ ইখনৰ পিছত সিখনকৈ বিদ্যালয় বন্ধ কৰি সংলগ্নকৰণৰ নাটক ৰচনা কৰিছে  শিক্ষা বিভাগ তথা বিজেপি চৰকাৰে। ফলত চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে একো একোখন  অসমীয়া মাধ্যমৰ শিক্ষনূষ্ঠান। এইবাৰ বৰাকত বাস কৰা খিলঞ্জীয়া লোকসকলৰ সন্তানে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ সুযোগো কাঢ়ি নিলে এইখন চৰকাৰে। মুঠৰ ওপৰত বৰাকৰ পৰা অসমীয়া ভাষা উছন কৰাৰ আঁচনি গ্ৰহণ কৰিলে বিজেপি চৰকাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd