• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেঞ্চাৰ প্ৰতিকাৰৰ বিধান; তলৰ বিধানবোৰক পঢ়ি কেঞ্চাৰ প্ৰতিৰোধ কৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2020 11:38 am
কেঞ্চাৰ
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেঞ্চাৰ এনে এক ৰোগ যিটোক এতিয়াও সম্পূৰ্ণ নিৰাময় কৰিব পৰা হোৱা নাই। কিন্তু স্বাস্থ্য সচেতন হ’লে কেঞ্চাৰ হোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰি। প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰা কিছুমান কেঞ্চাৰ ৰোগ নিৰাময় কৰিব পৰা যায়। কিছুমান নিয়ম তথা বিধান মানি চলিলে কেঞ্চাৰ ৰোগক প্ৰতিৰোধ কৰিব পৰা যায়। আজি আমি সেই বিষয়ে কিছু বিধান উল্লেখ কৰিব খুজিছো।

  • নিয়মিত আধা খালে পেট আৰু মলাশয়ৰ কেঞ্চাৰক প্ৰতিৰোধ কৰিব পাৰি। সদায় পুৱা খালি পেটত ফুলৰ কলিটোৰ সমান দুটুকুৰা আধা খালে ইয়াৰ পৰা সুফল পাব পাৰি।
  • বেৰি স্বাস্থ্যৰ বাবে অতি সুফলদায়ক। বেৰিত কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতা থাকে। কেঞ্চাৰৰ কোষবোৰক ই ধ্বংস কৰিব পাৰে। ইয়াত বেৰি বুলি ষ্ট্ৰ’বেৰি, নুনি আদিক কোৱা হৈছে।
  • গৱেষণাৰ মতে বিলাহীৰো কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। বিলাহীৰ চুপ, চালাদ আদি খালে ইয়াৰ সুফল পোৱা যায়।
  • ব্ৰ’ক’লি, বন্ধাকবি, ফুলকবিৰো কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। জৈৱিকভাৱে উৎপাদিত এনেবোৰ পাচলি খালে কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায়ক হয়।
  • গ্ৰীণ টিৰ সকলোধৰণৰ কেঞ্চাৰকে প্ৰতিৰোধ কৰিব পৰা গুণ আছে। ব্লেক টীয়েও কেঞ্চাৰ প্ৰতিৰোধী কাম কৰে। দৈনিক দুকাপকৈ গ্ৰী টী বা ব্লেক টী খালে কেঞ্চাৰৰ পৰা হাত সাৰি থাকিব পাৰি।
  • আমিৰেকৰাৰ ইনষ্টিটিউট অৱ কেঞ্চাৰ ৰিচাৰ্ছৰ মতে সকলো ধৰণৰ শস্য বা পাচলিৰে কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতা আছে। অ’ট শস্যৰ গুৰি, বাৰ্লি, ব্ৰাউন ৰাইছ আদি খালে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰি।
  • হালধিয়েও কেঞ্চাৰ প্ৰতিৰোধী কাম কৰে। আমেৰিকান ৰিচাৰ্ছ চ’ছাইটিৰ মতে হালধীয়ে কেঞ্চাৰ আৰু টেমুনাৰ বৃদ্ধিক বাধা দিয়ে। কেঁচা হালধি এইক্ষেত্ৰত বেছি ফলদায়ক।
  • সেউজীয়া শাকেও কেঞ্চাৰ প্ৰতিৰোধী কাম কৰে। কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সেউজীয়া শাক অতি কাৰ্যক্ষম আৰু ফলদায়ক।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd