• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইমান সস্তা! গোটেই পাকিস্তানখনকে কিনিব পাৰে এই তিনিগৰাকী ভাৰতীয় ধনী মুছলমানে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2020 3:04 pm
Pakistan story

এম এ ইউচুফ আলী, পদ্মভূষণ ইউচুফ হামিদ, আজাদ মোপেন

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত আম্বানী-বিৰলাকে ধৰি কোটি কোটি টকাৰ সম্পত্তিৰ অধিকাৰী বহু উদ্যোগপতি আৰু ব্যৱসায়ী আছে।

উদ্যোগপতি আৰু ব্যৱসায়ীৰ উপৰিও বহু এনে ব্যক্তি আছে যাৰ নাম ধনী মানুহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

Apply Now

আজি আমি দেশৰ কেইগৰাকীমান ধনী মুছলমানৰ কথা আলোচনা কৰিম যাৰ সমগ্ৰ পাকিস্তানক ক্ৰয় কৰিব পৰা  সমৰ্থ আছে।

এম এ ইউচুফ আলী :

ভাৰতীয় ব্যৱসায়ী এম এ ইউচুফ আলীক ভাৰতৰ ধনী মানুহৰ তালিকাৰ ভিতৰত ধৰা হয়।

এম এ ইউচুফ আলী লুলু গ্ৰুপ ইণ্টাৰনেশ্যনেলৰ পৰিচালন সঞ্চালক। কেৰালাৰ সৰ্ববৃহৎ শ্বপিং মলখনৰ গৰাকীও তেওঁ। ভাৰতৰ উপৰিও উইচুফৰ চৌদি আৰব, ইউ এ ই আদি দেশত ব্যৱসায় আছে।

উইচুফৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪.২ বিলিয়ন ডলাৰ। ইউচুফৰ প্ৰতিষ্ঠানটোৱে ২০১৫ চনত ১০২৫ কোটি টকা ব্যয় সাপেক্ষে লণ্ডন আৰক্ষীৰ হেডকোৱাৰ্টাৰ ক্ৰয় কৰে আৰু ইয়াক পৰৱৰ্তী সময়ত বিলাসী হোটেললৈ ৰূপান্তৰ কৰে।

পদ্মভূষণ ইউচুফ হামিদ :

চিপলা ফাৰ্মা কোম্পানীৰ স্বত্তাধিকাৰী পদ্মভূষণ ইউচুফ হামিদৰ নামো ভাৰতৰ ধনী ব্যক্তিসকলৰ তালিকাত অন্তৰ্ভূক্ত হৈছে। দীঘলীয়া সময়ৰ বাবে হামিদৰ নাম ফ’ৰ্বছৰ ধনী ব্যক্তিৰ তালিকাৰ ভিতৰত আছে।

ইউচুফ হামিদৰ মুঠ সম্পত্তিৰ পৰিমাণ ২.৬ ডলাৰ। ২০০৫ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউচুফ হামিদক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হয়।

আজাদ মোপেন :

ইষ্টিটিউট অব মেডিকেল চায়েন্স (কে আই এম এচ)ৰ প্ৰতিষ্ঠাতা আজাদ মোপেন ভাৰতৰ ধনী মুছলমান সকলৰ ভিতৰত অন্যতম।

ভাৰতৰ উপৰিও পৃথিৱীৰ বহু দেশত মোপেনৰ হোটেল আৰু চিকিৎসালয় আছে। মোপেনৰ মুঠ সম্পত্তিৰ পৰিমান ১.২৮ বিলিয়ন ডলাৰ।

উল্লেখযোগ্য যে, প্ৰতিবছৰে এইসকল ব্যক্তিৰ মুঠ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই আহিছে। তেওঁলোকৰ কষ্ট আৰু একাগ্ৰতাই এই সফলতাৰ আঁৰৰ মূল কাহিনী।

কোটি কোটি টকীয়া ব্যৱসায় সাম্ৰাজ্য গঢ় দিয়াৰ বাবে এইসকল সফল ব্যক্তিয়ে দিনে-নিশাই কষ্ট কৰিহে সফলতা অৰ্জন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd