• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল বেপাৰ নহয়, দেশৰ মানুহৰ দুখ-দুৰ্দশাৰ কথাও ভাৱক : কেন্দ্ৰক ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 5:16 pm
SupremeCourtofIndia-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল ব্যৱসায়িক লাভত নহয়, দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ ওপৰতো চকু দিয়ক। স্থগিত ঋণৰ সুদৰ ওপৰৰ সুদ আদায় কৰাৰ সংক্ৰান্তীয় এক গোচৰত কেন্দ্ৰ চৰকাৰক এইদৰে ধমক দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ক’ৰ’ণা প্ৰতিৰোধৰ বাবে দেশত বলৱৎ কৰা লকডাউনৰ ফলত কেন্দ্ৰ চৰকাৰে জনগণক সকাহ দিয়াৰ উদ্দেশ্যে ঋণ পৰিশোধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু ২৭ মাৰ্চত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শাক্তিকাম দাসে চৰকাৰীভাৱে এই ঘোষণা কৰে।

Apply Now

কিন্তু এই ঘোষণাৰ কিছুদিন পিছতে অৰ্থাৎ লকডাউনৰ মাজতে কিছুমান ৰাষ্ট্ৰায়ত্ত আৰু বেচৰকাৰী বেংকে স্থগিত EMIৰ সুদৰ ওপৰত সুদ সংগ্ৰহ কৰা পৰলিক্ষিত হয়।

ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ভুক্তভোগী। কিন্তু বেংকসমূহে সুদবিহীনভাৱে ঋণ স্থগিত কৰিলে লোকচানৰ জোৰা মাৰিব নোৱাৰিব বুলি দাবী কৰে।

ইফালে আৰ বি আই-ও জনায় যে সুদ প্ৰত্যাহাৰ কৰিলে ২ লাখ কোটি টকাৰ ক্ষতি হ’ব বেংকসমূহৰ। আনহাতে কেন্দ্ৰ চৰকাৰেও এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰা নাই।

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক এই বিষয়ত অহা ১ ছেপ্তেম্বৰৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দিছে।

এই সম্পৰ্কীয় এটা গোচৰৰ শুনানিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণৰ খণ্ড বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক উদ্দ্যেশি কয়, “দেশৰ মানুহৰ এই দুৰ্ভোগৰ সময়ত আপোনালোকে ব্যৱসায়িক লাভত চকু দিয়া বন্ধ কৰক।”

কেন্দ্ৰক দোষাৰূপ কৰি খণ্ড বিচাৰপীঠখনে আৰু কয়, “ধাৰণা হৈছে কেন্দ্ৰই ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তৰ আঁৰত নিজকে লুকুৱাই ৰখাৰ চেষ্টা কৰিছে। বিপৰ্যয় মোকাবিলা কৰিবলৈ কেন্দ্ৰ হাতত বহু আইনী ক্ষমতা আছে। কেন্দ্ৰই ইচ্ছা কৰিলে বেংকসমূহক EMI পিছুৱাই দিয়াৰ বাবে অতিৰিক্ত চাৰ্জ আৰু সুদৰ ওপৰত সুদ লোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিব পাৰে।”

উল্লেখ্য যে, অহা এটা সপ্তাহৰ ভিতৰত সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক নিজৰ স্থিতি স্পষ্ট কৰি শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd