• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আচৰিত!! এন আৰ চিৰ শুনানিলৈ যোৱা তৃতীয়খন গাড়ী দুৰ্ঘটনাগ্ৰস্ত; দুগৰাকী নিহত

লেথাৰিকৈ ক্ৰমে দেওবাৰে ৰাতি, সোমবাৰে ৰাতি, মঙলবাৰে ৰাতি তিনিখনকৈ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 11:50 am
খানাপাৰাত ৪ আগষ্টৰ ৰাতি দুৰ্ঘটনাত পতিত বাছখন। ফাইল ফটো।

খানাপাৰাত ৪ আগষ্টৰ ৰাতি দুৰ্ঘটনাত পতিত বাছখন। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪ আগষ্টৰ ৰাতি খানাপাৰা আৰু ৫ আগষ্টৰ ৰাতি ক্ষেত্ৰীত এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিত অংশগ্ৰহণৰ বাবে যোৱা যাত্ৰী কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত তৃতীয়টো একে ধৰণৰ দুৰ্ঘটনাই আচৰিত কৰি তুলিছে বহুতক।

আজি যোৱা নিশা শুনানিৰ বাবে যোৱা তৃতীয়খন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজনৰ মৃত্যু হয়।

Apply Now

ছয়গাঁৱৰ গোৱৰ্ধনাত হোৱা এই তৃতীয়টো দুৰ্ঘটনাত এখন আলট্ৰা বাছ পথৰ দাঁতিত বাগৰি পৰে। বাছখনত এন আৰ চিৰ পুনৰক্ষীণৰ শুনানিৰ বাবে যোৰহাটলৈ যোৱা বকোৰ ডেকাচাঙৰ ৪০জন লোক ঘূৰি আহিছিল।

ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোৰ অভিমুখে গৈ থকা বাছখনে গোৱৰ্ধনাত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাটোত আৰ্জুমা বেগম নামৰ ১গৰাকী কিশোৰীৰ উপৰি চয়মুন নেছা নামৰ এগৰাকী মহিলা নিহত হয় আৰু ১৫ জনৰো অধিক লোক আহত হৈছে। আহতসকলক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক বাবে ইয়াৰে ১৪জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ইয়াৰ পূৰ্বে ৪ আগষ্টৰ ৰাতি এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিৰ বাবে যোৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল খানাপাৰাত। বাছখনৰ ওপৰত এখন আলকতৰা ভৰ্তি ডাম্পাৰে খুন্দা মাৰিছিল। বহুকেইজন লোক আহত হোৱাৰ লগতে দুজন বাইক আৰোহীৰ মৃত্যু হৈছিল।

তাৰ পিছতে ৫ আগষ্টৰ ৰাতি এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিৰ পৰা ঘূৰি অহা এখন ট্ৰেভেলাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। শিৱসাগৰৰ পৰা ৰাতি আহি থকা ট্ৰেভেলাৰখনে পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত ২২জন লোক আহত হয়, যাৰ মাজৰে ৫জনৰ অৱস্থা সংকটজনক।

এন আৰ চি কৰ্তৃপক্ষই নিয়ম উলংঘা কৰি মানুহবোৰক মাত্ৰ ২৪ ঘণ্টা সময় দি দূৰদূৰণিলৈ পুনৰীক্ষণৰ শুনানিৰ বাবে মাতি পঠিওৱাত খৰখেদাকৈ যাব লগীয়া হোৱাটোৱেই কাৰণ হ’ব পাৰে।

উচ্চতম ন্যায়ালয়ৰ মতে, পুনৰীক্ষণৰ শুনানিৰ বাবে জাননী নিচেই কমেও ১৫ দিন সময় দি জাৰি কৰিব লাগে আৰু কাষৰ জিলাখনতে শুনানি ল’ব লাগে।

কিন্তু এন আৰ চি কৰ্তৃপক্ষই এই নিয়ম নামানি মানুহবোৰক হাৰাশাস্তিত ভুগাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd