DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, December 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত বানপানীৰ তৃতীয় ঢৌ; চাৰিখন জিলাৰ ৩৫হাজাৰ লোক ক্ষতিগ্ৰস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2022 2:21 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

155
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত হোৱা বানপানীৰ তৃতীয়টো ঢৌৱে চাৰিখন জিলাৰ ৩৫ হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে।

কেন্দ্ৰীয় জল আয়োগৰ মতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ আঠখন উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে।

জল আয়োগে মঙলবাৰৰ ভিতৰত তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পূৰ্বানুমান কৰিছে।

পুথিমাৰী, পাগলাদিয়া, বেঁকী আৰু সোণকোষ নদীৰ জলপৃষ্ঠ অহা ২৪ ঘণ্টাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ফটো: নৰ্থইষ্ট নাও।

আয়োগৰ মতে, নামনি অসমৰ পাগলাদিয়া আৰু বেঁকী নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে, সোমবাৰে সন্ধিয়ালৈকে নিমতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছিল।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) তথ্য অনুসৰি বজালী, চিৰাং, দৰং, ধেমাজি, যোৰহাট, লখিমপুৰ, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে, ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নদীৰ মথাউৰি চিঙি যোৱাৰ ফলত ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও মহকুমাৰ অন্তৰ্গত খাগ্ৰাবাৰী, নলবাৰী আদি অঞ্চলৰ খেতি পথাৰৰ লগতে বাট পথ জলমগ্ন হৈ পৰিছে।

লগতে পঢ়ক: চাহ জনগোষ্ঠীৰ বিভিন্ন দাবীৰ সমৰ্থনত বিশ্বনাথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

নিশা মথাউৰি চিঙি যোৱাৰ অঞ্চলটোৰ প্ৰায় ৪০০ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

নিশাটোৰ ভিতৰতে বানক্ৰান্ত একাংশ লোকে ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰে যদিও ঘৰৰ ধান চাউলকে ধৰি অন্য সা-সম্পত্তি সমূহ বৰ্তমানেও পানীৰ তলত আছে। 

Recent News

Waiter beaten to death

বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

rain in guwahati

শীতৰ বাহক: ৯ ডিচেম্বৰলৈকে মহানগৰীত বৰষুণৰ আগজাননী

TV Actor Kills Man

চাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

APSC scam

লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd