• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰি বছৰৰ ভিতৰত ১৪০ কোটি টকাৰ ব্যৱসায়ৰ গৰাকী হ’ল ছাত্ৰাৱস্থাত বাতৰি বিক্ৰী ফুৰা এইগৰাকী যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 6:14 pm
Richard

ৰিছাৰ্ড

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশীৰ দশকত এগৰাকী স্কুলীয়া ছাত্ৰই বাংগালুৰুত ঘৰে ঘৰে বাতৰি কাকত বিলাই ফুৰিছিল।

বাতৰি কাকত বিক্ৰী কৰি তেওঁ মাহত ১২০ টকা লাভ কৰিছিল।

Apply Now

ল’ৰাজনৰ নাম হ’ল ক্ৰিষ্টোফাৰ ৰিছাৰ্ড। সৰুতে ৰিছাৰ্ডৰ পিতৃৰ মৃত্যু হৈছিল আৰু তেওঁৰ মাকে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কাম কৰিছিল। মাকে মাহে ১৫০০ টকাকৈ দৰমহা পাইছিল।

স্কুলৰ পঢ়া খৰচ উলিওৱাৰ বাবে ৰিছাৰ্ডে বাতৰি কাকত বিলোৱাৰ কাম কৰিছিল।

পৰিয়ালটোৰ বাবে টকা উপাৰ্জন সদাই এটা প্ৰধান সমস্যা হিচাপে দেখা দিছিল আৰু শিশু কালতে ৰিছাৰ্ডে বহু জটিলতাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

দশম শ্ৰেণীত থকাৰ সময়ত ৰিছাৰ্ডে খৰচৰ বাবে দুটাকৈ কাম কৰিছিল। ৰাতিপুৱা বাতৰি কাকত বিলাইছিল আৰু সন্ধিয়া বৰফৰ দোকানত আছিল।

‘‘এই দুটা কামৰ দ্বাৰা মই যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছিলো আৰু বিভিন্ন মানুহৰ লগত কথা পাতিবলৈ সুযোগ লাভ কৰিছিলো,’’ ৰিছাৰ্ডে কয়।

পৰৱৰ্তী সময়ত তেওঁ এটা গহনালয়ত চিকিউৰিটি গাৰ্ড হিচাপেও কাম কৰিছিল।

ৰিছাৰ্ডে এবাৰ স্থানীয় কৌশল বিকাশৰ আঁচনিৰ অধীনত এটা তিনিমহীয়া কম্পিউটাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু ইয়ে তেওঁৰ জীৱন সলনি কৰি দিলে।

‘‘সেই সময়ত কম্পিউটাৰ প্ৰায় নাই বুলিবই পাৰি। কিন্তু মই সুযোগ গ্ৰহণ কৰি কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিছিলো। মই ৱেব ডেভেলপমেণ্ট, ফটোশ্বপ আদিৰ বিষয়ে শিকিলো,’’ ৰিছাৰ্ডে লগতে কয়।

কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে তেওঁ জেদ কেৰিয়াৰ একাডেমিত চাকৰি লাভ কৰে যি দেশৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ একাডেমি খোলাৰ কাম কৰিছিল সেই সময়ত।

একাডেমিখনত কাম কৰি থকাৰ সময়তে ৰিছাৰ্ডে চি, চি++ আদিৰ বিষয়ে শিকে আৰু পৰৱৰ্তী সময়ত নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে।

সেই সময়ত আই বি এম, উইপৰো আদি প্ৰতিষ্ঠানত কম্পিউটাৰ জনা যুৱকৰ আবশ্যক হৈছিল আৰু ৰিছাৰ্ডে সেইবোৰ প্ৰতিষ্ঠানত নিজাববীয়াকৈ কাম কৰি দৈনিক ৭৫,০০০ টকা পৰ্যন্ত আয় কৰিবলৈ সক্ষম হ’ল।

ৰিছাৰ্ডে মাইক্ৰ’ছফ্টৰ সহযোগত নিজাকৈ ব্যৱসায় আৰম্ভ কৰে আৰু জি 7  চি R নামৰ ক্লাউদ কম্পিউটিংৰ প্ৰতিষ্ঠান স্থাপন কৰে যি পৰৱৰ্তী সময়ত মাইক্ৰ’ছফ্টৰ অন্যতম সহযোগী হিচাপে পৰিগণিত হয়।

এনেদৰেই মাত্ৰ চাৰি বছৰৰ ভিতৰত বাতৰি বিক্ৰী কৰি ঘুৰি ফুৰা ল’ৰাজন ১৪০ কোটি টকাৰ ব্যৱসায়ৰ মালিক হৈ পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd