DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাপৰ পিজ্জাৰে গ্ৰাহক আপ্যায়ন! ক’ত পাব এই বিশেষ পিজ্জা, জানিবলৈ চাওক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2023 7:32 pm
Snake Pizza
3.9k
VIEWS
Share on FacebookShare on Twitter

জাংক ফুড প্ৰেমী খাদ্যৰসিক সকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় এক খাদ্য পিজ্জা। সুস্বাদু এই খাদ্যৰ সোৱাদ গ্ৰহণৰ বাবে ৰেষ্টুৰেণ্টত ভিৰ লাগে খাদ্যৰসিক গ্ৰাহকৰ। বিভিন্ন উপাদানৰ পৰা তৈয়াৰী পিজ্জাৰ সোৱাদত মোহাচ্ছন্ন হয় গ্ৰাহকৰ জিভা।

পিছে বজাৰত এইবাৰ গ্ৰাহকৰ বাবে এক বিশেষ পিজ্জা মুকলি কৰিছে এক বিখ্যাত প্ৰতিষ্ঠানে। জনপ্ৰিয় আমেৰিকান প্ৰতিষ্ঠান পিজ্জা হাটে হংকঙত উন্মোচন কৰিছে এক স্বকীয় পিজ্জা।

সংবাদ প্ৰতিষ্ঠান চিএনএনৰ এক প্ৰতিবেদন মতে, আমেৰিকান কোম্পানীটোৱে হংকঙৰ এখন শতিকা পুৰণি ৰেষ্টুৰেণ্টৰ সৈতে মিলি প্ৰদেশখনৰ এটা পৰম্পৰাগত খাদ্য উপাদানেৰে প্ৰস্তুত কৰিছে এই বিশেষ পিজ্জা।

পিজ্জা হাটে এই পিজ্জাত ব্যৱহাৰ কৰিছে সাপৰ মাংস। গতানুগতিকভাৱে ব্যৱহাৰ কৰা টমেটো চছৰ পৰিৱৰ্তে এবেলন চচৰ সৈতে পৰিৱেশন কৰা হৈছে এই পিজ্জা। ৯ ইঞ্চিৰ এই পিজ্জা ২২ নৱেম্বৰলৈকে বিক্ৰী কৰা হ’ব বুলি জানিব পৰা গৈছে।

চিএনএনে লগতে উল্লেখ কৰা মতে, ১৮৯৫ চনতে মুকলি হোৱা চেণ্ট্ৰেল হংকঙৰ ৰেষ্টুৰেণ্ট চেৰ ৱং ফানৰ সৈতে অংশীদাৰিত্বৰে পিজ্জা হাটে শেহতীয়া এই ৰেচিপিটো গ্ৰাহকৰ বাবে মুকলি কৰিছে।

Recent News

Seven labourers killed

মৰ্মান্তিক! শস্যৰে ভৰা বস্তাৰ চেঁপাত প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd