• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“এই ঘটনা দুৰ্ভাগ্যজনক..” মহাকুম্ভত মৃত্যুৰ ঘটনা সম্পৰ্কত দাখিল হোৱা জনস্বাৰ্থ মামলা খাৰিজ কৰিলে সৰ্বোচ্ছ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2025 5:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকুম্ভত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু হোৱা ঘটনাক লৈ দাখিল কৰা জনস্বাৰ্থৰ গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই এই গোচৰৰ শুনানিত কয় যে মহাকুম্ভত যি ঘটিল সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। একে সময়তে তেওঁ বাদী অধিবক্তাক এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে।

Apply Now

সোমবাৰে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পি বি সঞ্জয় কুমাৰৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰে।

মহাকুম্ভ কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যি হ’ল সেয়া অতি দুৰ্ভাগ্যজনক। কিন্তু এই গোচৰৰ ন্যায়িক তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। এই বিষয়ত আপুনি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে।’

উচ্চতম ন্যায়ালয়ত আবেদনকাৰীয়ে অনুৰোধ কৰিছিল যে সকলো ৰাজ্যকে প্ৰয়াগৰাজত নিজাকৈ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হওক যাতে নিজৰ ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়।

তদুপৰি মহাকুম্ভত ঘোষণা বিভিন্ন ভাষাত কৰিব লাগে আৰু জাননী একাধিক ভাষাত প্ৰদৰ্শন কৰিব লাগে। যাতে আন ৰাজ্যৰ পৰা ইয়ালৈ অহা লোকসকলে সেই বাৰ্তাটো পঢ়ি বুজিব পাৰে।

তদুপৰি সকলো ৰাজ্যই যোগী চৰকাৰৰ সহযোগত নিজ নিজ ৰাজ্যৰ পৰা এটা সৰু চিকিৎসা দল কুম্ভলৈ পঠিয়াব লাগে। য’ত নাৰ্চৰ লগতে ডাক্তৰ থাকিব লাগে। যাতে জৰুৰী অৱস্থাত চিকিৎসা কৰ্মীৰ অভাৱ নহয়।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুৰ্ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন বিচাৰিব লাগে। যিসকলৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত।

উল্লেখ্য যে যোৱা ২৯ জানুৱাৰীত মহাকুম্ভত বহু লোকৰ মৃত্যু হৈছিল। চৰকাৰী তথ্য অনুসৰি মৃতকৰ সংখ্যা ৩০ জন আৰু আহতসকলৰ সংখ্যা ১০০ৰো অধিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd