• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

EVM ভঙা বিধায়কক কিদৰে সুৰক্ষা দিলে উচ্চ ন্যায়ালয়ে! উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2024 3:14 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিনৰ পূৰ্বে নিৰ্বাচনৰ সন্মুখত সংঘটিত হৈছিল আশ্চৰ্যজনক কাণ্ড৷ সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত এজন ব্যক্তি বুথত প্ৰৱেশ কৰি ইভিএম আৰু ভিভিপিএটি মেচিন ভাঙি পেলোৱা দৃশ্য পৰিলক্ষিত হৈছে। ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হোৱা নাই যদিও সকলোৱে ব্যক্তিজনক বিধায়ক হিচাপে চিনাক্ত কৰিছে। এনে গুৰুতৰ অভিযোগৰ পাছতো উচ্চ ন্যায়ালয়ে তেওঁক কেনেকৈ অন্তৱৰ্তীকালীন সুৰক্ষাৰে ৰাখিলে সোমবাৰে উচ্চতম ন্যায়ালয়ে এই প্ৰশ্ন উত্থাপন কৰাই নহয়, বৰঞ্চ এই সম্পূৰ্ণ ঘটনাক প্ৰহসন আখ্যা দিছে৷

এই ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ। অভিযোগ ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়ক পি ৰামকৃষ্ণ ৰেড্ডীৰ বিৰুদ্ধে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপিঙত বিধায়ক আৰু তেওঁৰ সহযোগীসকলে ১৩ মে’ত এটা বুথত ইভিএম আৰু ভিভিপিএটি মেচিন টেবুলৰ পৰা তুলি মজিয়াত পেলাই দিয়ে। কিন্তু আৰক্ষীয়ে এফআইআৰত তেওঁৰ নাম লিখা নাছিল। এজাহাৰ দাখিল কৰিছে এজন ‘অচিনাক্ত ব্যক্তি’ৰ নামত। ইয়াৰ পাছতো ৰেড্ডী নিমাত হৈ থাকিল। কিছুদিন পাছত আদালতৰ মজিয়াত ৰেড্ডীয়ে সুৰক্ষা লাভ কৰে।

উচ্চ ন্যায়ালয়ে কি ক’লে?

Apply Now

৫ জুনৰ পুৱা ১০ বজালৈকে ন্যায়াধীশ ভেংকট জ্যোতিৰ্ময়ে বিধায়কগৰাকীক অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে। অৰ্থাৎ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে যাতে কোনো ব্যৱস্থা ল’ব নোৱাৰে সেয়া নিশ্চিত কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰোধিতা কৰি বিৰোধী দল টিডিপিৰ ভোটগ্ৰহণকাৰী নামবুধৰি নাথগিৰি ৰাৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। গণনাৰ সময়ছোৱাতো এই কাণ্ডৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ ছুটীৰ বিচাৰপীঠে আজি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰীভাৱে বাতিল কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ​​ভোট গণনাৰ দিনা ৰেড্ডীয়ে কোনো গণনা কেন্দ্ৰলৈ যাব নোৱাৰিব, নতুবা ভোট গণনা কেন্দ্ৰৰ সীমাৰ ভিতৰত থাকিব নোৱাৰিব।

কালিৰ দিনটোত শুনানিৰ সময়ত ৰেড্ডীৰ অধিবক্তাই ক’বলৈ চেষ্টা কৰিছিল, সেই ভিডিঅ’টোত ৰেডীক দেখা পোৱাৰ প্ৰমাণ কি? ভিডিঅ’টোৰ সত্যতাৰ প্ৰমাণ কি? ইয়াৰ পাছত আবেদনকাৰীসকলে দাবী কৰে যে এই ভিডিঅ’টো নিৰ্বাচন আয়োগৰ লাইভ ৱেবকাষ্টৰ পৰা লাভ কৰা হৈছে। ৰেড্ডীৰ অধিবক্তাই এই দাবী মানি ল’ব বিচৰা নাছিল। ইয়াৰ পাছত ন্যায়াধীশসকলে কয় যে অভিযোগটো প্ৰথমতে সত্য বুলি গণ্য কৰা উচিত। এই ভিডিঅ’টো ভুৱা যেন নালাগে বুলিও ন্যায়াধীশ মেহতাই উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd