• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইদৰে আপুনি আপোনাৰ ফোনত আনৰ হোৱাটছএপ খুলিব পাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 12:25 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰযুক্তি যথেষ্ট উন্নত হৈছে। আজিৰ সময়ত, এই প্ৰযুক্তিয়ে মানুহৰ মাজত থকা ব্যৱধান বহু পৰিমানে নোহোৱা কৰি পেলাইছে।

মানুহবোৰ চ্যাট, ভিডিঅ’ কলৰ জৰিয়তে ইজনে সিজনৰ সৈতে সংযোজিত হৈ আছে। ইয়াৰ বাবে সৰহসংখ্যক লোকে আজিৰ সময়ত হোৱাটছএপ ব্যৱহাৰ কৰে।

বৰ্তমান সময়ত হোৱাটছএপ হৈছে বহুলভৱে ব্যৱহৃত এপ। যদিও হোৱাটছএপে দাবী কৰে যে ইয়াৰ চ্যাটবোৰ গোপনীয় হৈ থাকে কিন্তু বহুবাৰ মানুহৰ হোৱাটছএপ চ্যাট লিক বা হেক কৰা হয়।

আজি আমি আপোনালোকক জনাম যে কেনেকৈ আপুনি আপোনাৰ ফোনত আন কাৰোবাৰ হোৱাটছএপ খুলিব পাৰে। এই কামটোৰ বাবে সময় লাগিব মাত্ৰ ১ মিনিট।

এই এক মিনিটতে আপুনি যিকোনো লোকৰে হোৱাটছএপ হেক কৰিব পাৰিব।

ইণ্টাৰনেশ্যনেল চাইবাৰ চিকিউৰিটিৰ গৱেষণাই হোৱাটছএপৰ এটা লিংক প্ৰকাশ কৰিছিল। এই চেলত বহু লোকে তেওঁলোকৰ হোৱাটছএপ হেক হোৱাৰ বিষয়ে অভিযোগ কৰিছে। প্ৰতিটো অভিযোগত এটা কথা পোহৰলৈ আহিছিল।

যিসকল লোকৰ হোৱাটছএপ হেক হৈছিল তেওঁলোকৰ প্ৰত্যেকৰে মোবাইলটো মাত্ৰ এক মিনিটৰ বাবে আন কাৰোবাৰ হাতলৈ গৈছিল।

অৰ্থাৎ এক মিনিটৰ বাবে বেলেগৰ ফোনটো ব্যৱহাৰ কৰি আপুনি লোকজনৰ হোৱাটছএপ নিজৰ মোবাইলত খুলিব পাৰিব।

হোৱাটছএপ হেক কৰাৰ এটা সহজ উপায় আজি আমি আপোনালোকক জনাম। এই কামটো নীতিগত নহয়। কিন্তু যদি আপুনি ভাবে যে আপোনাক কোনোবাই আপোনাৰ হোৱাটছএপ ব্যৱহাৰ কৰি ঠগি আছে তেন্তে এই কৌশল অৱলম্বন কৰিব পাৰে।

এতিয়া তেওঁৰ ডায়েলপেডলৈ যাওক আৰু * 21 < মোবাইল নম্বৰ> # ডায়েল কৰক। ইয়াৰ পিছত, কলিং অপশ্যনত ক্লিক কৰক। যালৈকে কলটো ফৰৱাৰ্ড কৰিব বিচাৰে সেই নম্বৰটো বহাই দিয়ক। কল ফৰৱাৰ্ডিং অফ কৰিবলৈ লোকজনৰ মোবাইল ডায়েলপেডত ## 21# ডায়েল কৰক। ই তেওঁৰ ফোনৰ সকলো কল স্বাভাৱিক কৰি ৰাখিব।

এনে কৰিলে সেই ব্যক্তিজনৰ ফোনত কল ফৰৱাৰ্ডিং সক্ৰিয় হৈ থাকিব। ইয়াৰ পিছত, যেতিয়ালৈকে এই সেৱা সক্ৰিয় থাকে, ব্যক্তিজনৰ সকলো ফোন কল পঞ্জীভুক্ত নম্বৰত আহিব।

এতিয়া আপুনি আপোনাৰ মোবাইলত কাৰ হোৱাটছএপ একাউণ্ট হেক কৰিব বিচাৰে তেওঁৰ নম্বৰ ভৰাই এটা একাউণ্ট বনাই লওক।

হোৱাটছএপ ভেৰিফিকেশ্যনৰ এটা কল কম সময়ৰ ভিতৰতে আপোনাৰ মোবাইললৈ আহিব। আপোনাৰ মোবাইলত উল্লেখ কৰা কোডটো এণ্টাৰ কৰক।

এনে কৰাৰ পিছত, সেই ব্যক্তিজনৰ হোৱাটছএপ আপোনাৰ মোবাইলত খোল খাব। এতিয়া আপুনি সহজে তেওঁৰ হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁক কোনে মেচেজ দিয়ে সেয়া চাব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd