• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইদৰে আপুনি আপোনাৰ ফোনত আনৰ হোৱাটছএপ খুলিব পাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 12:25 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰযুক্তি যথেষ্ট উন্নত হৈছে। আজিৰ সময়ত, এই প্ৰযুক্তিয়ে মানুহৰ মাজত থকা ব্যৱধান বহু পৰিমানে নোহোৱা কৰি পেলাইছে।

মানুহবোৰ চ্যাট, ভিডিঅ’ কলৰ জৰিয়তে ইজনে সিজনৰ সৈতে সংযোজিত হৈ আছে। ইয়াৰ বাবে সৰহসংখ্যক লোকে আজিৰ সময়ত হোৱাটছএপ ব্যৱহাৰ কৰে।

Apply Now

বৰ্তমান সময়ত হোৱাটছএপ হৈছে বহুলভৱে ব্যৱহৃত এপ। যদিও হোৱাটছএপে দাবী কৰে যে ইয়াৰ চ্যাটবোৰ গোপনীয় হৈ থাকে কিন্তু বহুবাৰ মানুহৰ হোৱাটছএপ চ্যাট লিক বা হেক কৰা হয়।

আজি আমি আপোনালোকক জনাম যে কেনেকৈ আপুনি আপোনাৰ ফোনত আন কাৰোবাৰ হোৱাটছএপ খুলিব পাৰে। এই কামটোৰ বাবে সময় লাগিব মাত্ৰ ১ মিনিট।

এই এক মিনিটতে আপুনি যিকোনো লোকৰে হোৱাটছএপ হেক কৰিব পাৰিব।

ইণ্টাৰনেশ্যনেল চাইবাৰ চিকিউৰিটিৰ গৱেষণাই হোৱাটছএপৰ এটা লিংক প্ৰকাশ কৰিছিল। এই চেলত বহু লোকে তেওঁলোকৰ হোৱাটছএপ হেক হোৱাৰ বিষয়ে অভিযোগ কৰিছে। প্ৰতিটো অভিযোগত এটা কথা পোহৰলৈ আহিছিল।

যিসকল লোকৰ হোৱাটছএপ হেক হৈছিল তেওঁলোকৰ প্ৰত্যেকৰে মোবাইলটো মাত্ৰ এক মিনিটৰ বাবে আন কাৰোবাৰ হাতলৈ গৈছিল।

অৰ্থাৎ এক মিনিটৰ বাবে বেলেগৰ ফোনটো ব্যৱহাৰ কৰি আপুনি লোকজনৰ হোৱাটছএপ নিজৰ মোবাইলত খুলিব পাৰিব।

হোৱাটছএপ হেক কৰাৰ এটা সহজ উপায় আজি আমি আপোনালোকক জনাম। এই কামটো নীতিগত নহয়। কিন্তু যদি আপুনি ভাবে যে আপোনাক কোনোবাই আপোনাৰ হোৱাটছএপ ব্যৱহাৰ কৰি ঠগি আছে তেন্তে এই কৌশল অৱলম্বন কৰিব পাৰে।

এতিয়া তেওঁৰ ডায়েলপেডলৈ যাওক আৰু * 21 < মোবাইল নম্বৰ> # ডায়েল কৰক। ইয়াৰ পিছত, কলিং অপশ্যনত ক্লিক কৰক। যালৈকে কলটো ফৰৱাৰ্ড কৰিব বিচাৰে সেই নম্বৰটো বহাই দিয়ক। কল ফৰৱাৰ্ডিং অফ কৰিবলৈ লোকজনৰ মোবাইল ডায়েলপেডত ## 21# ডায়েল কৰক। ই তেওঁৰ ফোনৰ সকলো কল স্বাভাৱিক কৰি ৰাখিব।

এনে কৰিলে সেই ব্যক্তিজনৰ ফোনত কল ফৰৱাৰ্ডিং সক্ৰিয় হৈ থাকিব। ইয়াৰ পিছত, যেতিয়ালৈকে এই সেৱা সক্ৰিয় থাকে, ব্যক্তিজনৰ সকলো ফোন কল পঞ্জীভুক্ত নম্বৰত আহিব।

এতিয়া আপুনি আপোনাৰ মোবাইলত কাৰ হোৱাটছএপ একাউণ্ট হেক কৰিব বিচাৰে তেওঁৰ নম্বৰ ভৰাই এটা একাউণ্ট বনাই লওক।

হোৱাটছএপ ভেৰিফিকেশ্যনৰ এটা কল কম সময়ৰ ভিতৰতে আপোনাৰ মোবাইললৈ আহিব। আপোনাৰ মোবাইলত উল্লেখ কৰা কোডটো এণ্টাৰ কৰক।

এনে কৰাৰ পিছত, সেই ব্যক্তিজনৰ হোৱাটছএপ আপোনাৰ মোবাইলত খোল খাব। এতিয়া আপুনি সহজে তেওঁৰ হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁক কোনে মেচেজ দিয়ে সেয়া চাব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd