• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

CAA বিৰোধী আন্দোলনক লৈ বিকল্প আঞ্চলিক দল গঠনৰ সিদ্ধান্তক অযুক্তিকৰ আখ্যা

নিৰ্মলানেন্দু পাঠক by নিৰ্মলানেন্দু পাঠক
January 24, 2020 10:35 am
Screenshot_2020-01-23-18-49-06_1

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নতুন ৰাজনৈতিক দল গঠনৰ বিৰোধীতাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোৱে বৃহস্পতিবাৰে যোৰহাট জিলাৰ টীয়কস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত সংগঠনটোৱে বক্তব্য ৰাখি কয় যে “কা ” বিৰোধী আন্দোলনক লৈ বিকল্প আঞ্চলিক দল গঠন এক অযুক্তিকৰ সিদ্ধান্ত।

Apply Now

‘কা বিৰোধী আন্দোলন কোনো দল বা সংগঠনৰ নেতৃত্বত হোৱা নাই, ই অসমৰ জনগণৰ স্বতঃস্ফুৰ্ত আন্দোলন ৷ এই আন্দোলনৰ গইনা লৈ অসমৰ একাংশ সংগঠনে বিকল্প ৰাজনৈতিক দল গঠনৰ যি কুচ-কাৱাজ কৰিছে বা নগাঁওত অসমৰ জনগণৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ গঠন কৰা “অসম গণ মঞ্চ” নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে’। এই মন্তব্য সংগঠনটোৰ।

সংগঠনটোৱে লগতে কয়, ‘৮৫ চনত অসম চুক্তি নামৰ এখন তথাকথিত সমাধানৰ স্মাৰক পত্ৰৰ যোগে ৫১ চনৰ পৰা ৭১ চনলৈ প্ৰায় ৭০ লাখ বিদেশীক স্বদেশী কৰিলে। ইয়াৰ পাছতে অসম গণ পৰিষদ দল গঠন হ’ল। নিজ দলৰ চৰকাৰ থকাৰ পাছতো বিদেশী সমস্যাৰ কোনো স্থায়ী সমাধান কৰিব নোৱাৰিলে’।

এটা সংগঠনৰ নেতৃত্বত পুনৰ এক বিকল্প ৰাজনৈতিক দলক ৰাইজে কেনেদৰে আদৰি লয় সেয়া লক্ষ্যণীয় হ’ব বুলিও সংবাদমেলত উল্লেখ কৰে।

বৰ্তমান “কা” বাতিল অসমৰ মূল দাবী, বিকল্প ৰাজনৈতিক দল গঠন নহয়, অসমীয়া জাতিৰ মৃত্যু ঘন্টা বাজিছে ৷ এই মুহুৰ্তত বিকল্প ৰাজনৈতিক দল গঠন আন্দোলনকাৰীৰ উদ্দেশ্য হ’ব নালাগে,”কা ” বাতিলহে মূল উদ্দেশ্য হিচাপে লব লাগে।

চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈ কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ দৰে কা বিৰোধী নেতাসকলৰ মুক্তিৰ দাবী তোলে।

ইয়াৰ উপৰি এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৭১ হোৱাটো অসমৰ সকলো জনগণে বিচৰা নাছিল, ১৯৫১ হ’লেহে অসমৰ জনগণ ৰক্ষা পৰিব বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক ভাৱে জাপি দিব বিচৰা কা কেতিয়াও অসমৰ ৰাইজে নামানে বুলি হুংকাৰ প্ৰদান কৰে।

নিৰ্মলানেন্দু পাঠক

নিৰ্মলানেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd