• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীম ইণ্ডিয়াই কি ৮৮বছৰ পুৰণি ‘লজ্জাজনক’ অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2020 7:35 am

1 min read

WhatsApp Image 2020-12-26 at 7.10.48 AM

প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ সৈতে ভাৰপ্ৰাপ্ত অধিনায়ক অজিংকা ৰাহানে।

342
VIEWS
Share on FacebookShare on Twitter

কৰ’না পৰিস্থিতিৰ বাবে অতি কম সংখ্যক টেষ্ট মেচ খেলিলেও চলিত বছৰত ভাৰতীয় ক্ৰিকেট দলে সফলতাৰ মুখ দেখা নাই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বক্সিং ডে’ টেষ্টত অৱতীৰ্ণ হোৱাৰ পূৰ্বে এডিলেইডৰ লজ্জাজনক পৰাজয় মচি দিয়াৰ আগেয়ে টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন এক ৮৮বছৰ পুৰণি লজ্জাজনক অভিলেখৰ সন্মুখত থিয় হৈছে টীম ইণ্ডিয়া।

যদিহে ভাৰতে মেলবৰ্ণ টেষ্ট জিকিব বা ড্ৰ’ কৰিব নোৱাৰে তেতিয়াহ’লে ৮৮বছৰত প্ৰথমবাৰ একটা কেলেণ্ডাৰ বৰ্ষত (কমেও তিনিখন টেষ্ট) আটাইকেইখন টেষ্টত পৰাজিত হোৱা দেশ হিচাপে পৰিগণিত হ’ব।

ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটত ১৮বাৰ এনে ঘটনা ঘটিছে। বাংলাদেশৰ ক্ষেত্ৰত এনে ঘটনা ৫বাৰ ঘটিছে। জিম্বাবুৱে, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ক্ষেত্ৰত ৩ বাৰকৈ ঘটিছে এনে ঘটনা।

আনহাতে, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ ক্ষেত্ৰত এবাৰকৈ এনে ঘটনা ঘটিছে।

ভাৰতে চলিত বছৰত ইতিমধ্যে ৩খন টেষ্ট মেচ খেলিছে। ইয়াৰ ভিতৰত দুখনত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু এখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হৈছে।

এতিয়া ৰাহানেৰ নেতৃত্বত ভাৰতীয় দলে এনে লজ্জাজনক দৃষ্টান্তৰ পৰা কেনেকৈ হাত সাৰিব পাৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

বিগত ছিৰিজত ভাৰতে মেলবৰ্ণত টেষ্ট জিকিছিল। কিন্তু ইয়াত খেলা ১৩খন টেষ্টৰ ভিতৰত মাত্ৰ তিনিখনতহে জিকিছে ভাৰত। সেয়ে, ভাৰতৰ ওপৰতেই চাপ থকাটো নিশ্চিত।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd