• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমৰ ইমান দাম! যেনে ৰূপ, তেনেই সোৱাদ! এই প্ৰজাতিৰ এটা আমৰ দামেই কিমান জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2023 3:31 pm
মিয়াজাকি আম।

মিয়াজাকি আম।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি কম বয়সৰ পৰাই আমি জানি আহিছো যে আমক “ফলৰ ৰজা” বুলি কোৱা হয়। অৰ্থাৎ ফলৰ জগতত আমৰ স্থান অতি ওপৰত। ইফালে গ্ৰীষ্মকালৰ আগমনৰ অৰ্থ হ’ল আমৰ অপেক্ষাৰ অন্ত। বজাৰবোৰ দশেৰী, লংৰা, হিমসাগৰ, আলফনছ, চৌছা আদি বিভিন্ন ধৰণৰ আমেৰে ভৰি পৰে।

কেৱল এয়াই নহয়, এই আমবোৰো বৃহৎ পৰিমাণে বিদেশ লৈও ৰপ্তানি কৰা হয়। অৱশ্যে আজি আমি ইয়াত আপোনালোকৰ আগত এনে এটা আমৰ বিষয় দাঙি ধৰিম যিটোৰ বিষয়ে জনাৰ পিছত সকলোৰে চকু কপালত তুলিব। দৰাচলতে সেই আমক পৃথিৱীৰ আটাইতকৈ দামী আম বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ইয়াৰ সোৱাদো অতুলনীয়।

Apply Now

এনে পৰিস্থিতিত সহজেই প্ৰশ্ন উত্থাপন হ’ব পাৰে যে সেই আমৰ নাম কি?  এই আমটোৰ নাম “মিয়াজাকি”। কেৱল সেয়াই নহয়, এই আমৰ দাম ১৯ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে। উল্লেখ্য যে বৰ্তমান মিয়াজাকি আম জাপানত উৎপাদিত হয়। অৱশ্যে ইয়াৰ উৎপাদন একেবাৰে সহজ নাছিল। কিয়নো শীতপ্ৰধান জাপানত এই গ্ৰীষ্মকালীন আম খেতি কৰাটোৱে আছিল এক ডাঙৰ প্ৰত্যাহ্বান।

কিন্তু বিশ্ববিখ্যাত আম খেতিয়ক নাকাগাৱাই প্ৰাকৃতিকভাৱে “সেউজগৃহ” সৃষ্টি কৰি এই অসাধ্য সাধন কৰি দেখুৱাইছে। কেৱল সেয়াই নহয়, ২০১১ চনৰ পৰা উত্তৰ জাপানৰ বৰফেৰে আবৃত টোকাচি অঞ্চলৰ এটা সেউজগৃহত তেওঁ আম খেতি কৰি আহিছে। সেউজগৃহৰ বাহিৰৰ উষ্ণতা মাইনাছ ৮ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হ’লেও ভিতৰৰ উষ্ণতা গড়ে ৩৬ ডিগ্ৰী চেলছিয়াছ।

এই সন্দৰ্ভত নাকাগাৱাই কয় যে তেওঁৰ মিয়াজাকি আমৰ সোৱাদ আন যিকোনো আমতকৈ বহুগুণ বেছি। ইফালে জাপানীসকলে এতিয়া মিয়াজাকি আমক মৰমেৰে ‘সূৰ্য কিৰণৰ কণী’ বা “ছান শ্বাইন এগ” বুলি কয়।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল নাকাগাৱাৰ ফলৰ বাগিচাৰ এটা মিয়াজাকি আমৰ দাম ২৩০ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ১৯ হাজাৰ টকা। বৰ্তমান তেওঁৰ সেউজগৃহত প্ৰায় ৫ হাজাৰ আম উৎপাদন হয়। ইফালে নাকাগাৱাই শীতকালত এই আম খেতি কৰাৰ বাবে চাহিদা অধিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd