• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰ্ভৱতী হোৱাৰ বাবে বিয়াত বহা নাছিল অভিনেত্ৰী দিয়া মিৰ্জাই, ইনষ্টাগ্ৰামত জনালে এই কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2021 4:52 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰ্ভধাৰণ কৰাৰ বাবে বিয়াত বহা নাই অভিনেত্ৰী দিয়া মিৰ্জা।

দিয়াই ইনষ্ট্ৰাগ্ৰামযোগে জনাইছে এই কথা।

Apply Now

৩৯ বৰ্ষীয়া অভিনেত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰী মাহত ব্যৱসায়ী বৈভৱ ৰেখীৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল।

বিয়াৰ পাছতে যোৱা সপ্তাহত দম্পত্তিটোৱে মালদ্বীপ ভ্ৰমণ কৰে আৰু তাত অভিনেত্ৰীগৰাকীয়ে নিজৰ গৰ্ভাৱস্থাৰ কথা জনায়।

ইনষ্টাগ্ৰামত তেওঁৰ গৰ্ভাৱস্থাৰ ফটো প’ষ্ট কৰাৰ পাছতে তেওঁৰ অনুৰাগী এজনে সোধে যে বিয়াৰ পূৰ্বে কিয় গৰ্ভাৱস্থাৰ কথা জনোৱা হোৱা নাছিল।

অনুৰাগীজনৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে চিকিৎসাজনীত কাৰণত এই বিষয়ে জনোৱা হোৱা নাছিল।

তদুপৰি গৰ্ভাৱস্থাৰ স’তে বিবাহৰ সময়ৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ জনায়।

অনুৰাগীজনে সুধিছিল যে অভিনেত্ৰীগৰাকীয়ে নিজৰ বিবাহত এগৰাকী মহিলা পুৰোহিতৰ দ্বাৰা হোমজজ্ঞ অনুষ্ঠিত কৰোৱাই সাহসী পদক্ষেপ লৈছিল, সেয়ে বিবাহৰ পূৰ্বে কিয় নিজৰ গৰ্ভাৱস্থাৰ ঘোষণা কৰিব নোৱাৰিলে?

অভিনেত্ৰীগৰাকীয়ে উত্তৰত কয় যে তেওঁলোকৰ সন্তানৰ গৰ্ভাৱস্থাৰ বাবে তেওঁলোক বিবাহপাশত আৱদ্ধ হোৱা নাই, তেওঁলোকে একেলগে দুয়োৰে জীৱন কটাবলৈহে বিবাহপাশত আৱদ্ধ হৈছে।

 

View this post on Instagram

 

A post shared by Dia Mirza (@diamirzaofficial)

তেওঁ কয় যে বিবাহৰ পৰিকল্পনা চলি থাকোতেহে জ্ঞাত হয় যে তেওঁ গৰ্ভৱতী আৰু চিকিৎসাজনিত কাৰণত ইয়াক ততালিকে ঘোষণা কৰা হোৱা নাছিল।

”এইটো মোৰ জীৱনৰ আটাইতকৈ সুখী বাতিৰ। বহু বছৰ ধৰি মই ইয়াৰ বাবে অপেক্ষা কৰি আছিলো। চিকিৎসাজনিত কাৰণৰ বাদে আন একো কাৰণত মই ইয়াক লুকুৱাই নাৰাখিলোহেঁতেন।”- অভিনেত্ৰীগৰাকীয়ে কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দিয়া মিৰ্জা বিবাহপাশত আৱদ্ধ হৈছিল ছাহিল সংঘৰ সৈতে।

তেওঁলোকৰ ১১ বছৰীয়া সংসাৰখন অন্ত পৰে ২০১৯ চনত।

 

View this post on Instagram

 

A post shared by Dia Mirza (@diamirzaofficial)

১৫ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীয়ে অনুষ্টুপিয়াকৈ ব্যৱসায়ী বৈভৱ ৰেখিৰ স’তে দ্বিতীয়বাৰৰ বাবে যুগ্ম জীৱনৰ পাতনি মেলে।

বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাই ‘ৰেহনা হ্যে তেৰে দিল মে’, ‘সঞ্জু’, ‘ডাম’, ‘ডাচ’, ‘মাই ব্ৰাডাৰ… নিখিল’কে ধৰি কেইবাখনো হিট ছৱিত অভিনয় কৰিছে।

তেওঁৰ শেহতীয়া ছৱিখন হৈছে ২০২০ চনৰ ‘থাপ্পাড়’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd